পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/১০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
[বট সম্পাদনা] নিকাকৰণ |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | বৈধকৃত | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
⚫ | {{gap}} সামান্য় কথাতে ৰজাই এনে দণ্ড দিয়া বাবে ৰাণী অভিমানতে ম্ৰিয়মান হ’ল। ৰজা গুচি যোৱাত ৰাণীয়ে তেওঁৰ দেহৰক্ষী দুজনক বনৰ মাজতে এটি চাংঘৰ সাজি দিবলৈ আদেশ দিলে। ৰাণীৰ ডিঙিত থকা সোণৰ হাড়ডাল সোলকাই দেহৰক্ষী দুজনক দিলে আৰু লগতে তেওঁৰ বাবে এটি গৰুৰ পোৱালী আনিবলৈ দেহৰক্ষী দুজনক আদেশ দিলে। যেনে আদেশ তেনে কাম৷ অতি কম সময়তে দেহৰক্ষী দুজনে এটি চাংঘৰ সাজি উলিয়ালে৷ আৰু এটি গৰুৰ পোৱালি আনি দিলে৷ |
||
{{Right|সাধুৰ সাতসৰী}} |
|||
⚫ | |||
{{gap}} অটব্য় অৰণ্য়ৰ মাজত থকা গছৰ সুস্ৱাদু ফলমূল খাই তেওঁলোকে জীৱন ধাৰণ কৰিলে। দূৰৰ নিৰ্মল সৰোবৰৰ পৰা অনা পানীৰে পিয়াহ পলুৱাই জীৱন অতিবাহিত কৰিবলৈ ধৰিলে। ৰাণীয়ে সদায় গৰুৰ পোৱালীটো কোলাত লৈ চাংগৰৰ কাঠৰ চিৰিৰে তললৈ নামি অহে আৰু পোৱালিটোক ঘাঁহবন খাবলৈ দিয়ে। সন্ধিয়া আকৌ পোৱালিটো কোলাতলৈ ওপৰলৈ উঠি যায়। এনেকৈয়ে সদায় পোৱালিটো কোলাত লৈ ওপৰৰ পৰা তললৈ আৰু তলৰ পৰা ওপৰলৈ উঠা নমা কৰিয়ে ৰাণীয়ে দিনবোৰ অতিবাহিত কৰিবলৈ ধৰিলে। |

৭ নং শাৰী: | ৫ নং শাৰী: | ||
{{gap}} ৰাণীৰো বয়স বাঢ়ি আহিল। গৰুৰ পোৱালি ও ডাঙৰ হৈ আহিল। তথাপি ৰাণীয়ে পোৱালিটি কোলাত লৈয়ে উঠা নমা কৰি থাকিল। দেহৰক্ষী দুজনে নীৰৱে ৰাণীৰকাৰ্য নিৰীক্ষণ কৰি থাকিল। |
{{gap}} ৰাণীৰো বয়স বাঢ়ি আহিল। গৰুৰ পোৱালি ও ডাঙৰ হৈ আহিল। তথাপি ৰাণীয়ে পোৱালিটি কোলাত লৈয়ে উঠা নমা কৰি থাকিল। দেহৰক্ষী দুজনে নীৰৱে ৰাণীৰকাৰ্য নিৰীক্ষণ কৰি থাকিল। |
||
{{gap}} বহু বছৰৰ মূৰত সেই ৰজাজন পুনৰ সেই অৰণ্য়লৈ চিকাৰ কৰিবলৈ আহিল। চিকাৰ বিচাৰি ঘূৰি ফুৰোঁতে হাবিৰ মাজত |
{{gap}} বহু বছৰৰ মূৰত সেই ৰজাজন পুনৰ সেই অৰণ্য়লৈ চিকাৰ কৰিবলৈ আহিল। চিকাৰ বিচাৰি ঘূৰি ফুৰোঁতে হাবিৰ মাজত চাংঘৰটি দেখি ৰজা আচৰিত হ’ল। চাংঘৰৰপৰা গৰুটো কোলাত লৈ ৰাণী চিৰিৰে নামি অহা দেখি ৰজা বিস্ময়ত অবাক হৈ পৰিল। ৰজাই ৰাণীৰ জৰাজীৰ্ণ পোচাক আৰু পকা চুলিৰ বাবে চিনিব পৰা নাছিল। ওচৰলৈ আহি ৰজাই ক’লে – “হেৰা মানুহজনী, তুমি গৰুটো কোলাত লৈ উঠা নমা কৰি থাকোঁতে ভাগৰ নালাগেনে?“ |
||
{{Right|৯}} |