পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
Joli (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}দুদিনমান পিচত এদিন ৰাজপুত্ৰই মন্ত্ৰী পুত্ৰক চিকাৰলৈ যাবলৈ লগ ধৰিলে। মন্ত্ৰীপুত্ৰই ক’লে “বন্ধু তোমাৰ হাতৰ ঘা ভালদৰে শুকালেহে চিকাৰলৈ যোৱা ভাল হ’ব বুলি মই ভাবো।” ৰাজপুত্ৰই ক’লে - নহয় বন্ধু চিকাৰ তুমি কৰিবা মই লগতেহে যাম। ইতিমধ্য়ে মই পিতাৰ অনুমতি লৈয়ে থৈছো।
সাধুৰ সাতসৰী


{{gap}}ৰাজপুত্ৰৰ কথা পেলাব নোৱাৰি এটি শুভ ক্ষণত দুয়ো ঘোঁৰা লৈ চিকাৰলৈ বুলি যাত্ৰা কৰিলে। হাবি বননি গছ-গছনি পিচ পেলাই থৈ ৰাজপুত্ৰ মন্ত্ৰীপুত্ৰৰ ঘোঁৰা চিকাৰৰ উদ্দেশ্যে অটব্য অৰণ্যৰমাজ পালেগৈ। বেলি লহিয়ালে চিকাৰ কিন্তু একো নাপালে। ভাগৰত দুয়ো বিমৰ্ষ হৈ পৰিল। ৰাজপুত্ৰৰ পিয়াহত অণ্ঠ কণ্ঠ শুকাই গ’ল। অৰণ্যৰ মাজত পানী বিচাৰি দুয়ো হাবাথুৰি খালে। মন্ত্ৰীপুত্ৰই গছৰ ডালৰ ওপৰলৈ উঠি দূৰত ক’ৰবাত পানী দেখে নেকি চাবলৈ ধৰিলে৷ এনেতে দূৰত এটি খালত পানী জিলিকি থকা দেখিলে। মন্ত্ৰীপুত্ৰ গছৰ পৰা নামি ঘোঁৰা লৈ দুয়ো পানী থকা খালটোৰ পিনে যাবলৈ ধৰিলে। খালৰ ওচৰ পাই ঘোঁৰাৰ পৰা নামি দুয়ো পানী খাবলৈ খালৰ ওচৰলৈ গ’ল। খালত পানী নাছিল। বোকাৰে খালটো পূৰ্ণ হৈ আছিল। মন্ত্ৰীপুত্ৰই হালি এটুপি পানী পোৱাৰ আশাৰে খালৰ নিচেই ওচৰ পালেগৈ। ৰাজপুত্ৰই এয়ে সুযোগ বুলি ভাবি মন্ত্ৰীপুত্ৰক ঠেলা মাৰি খালত পেলাই দিলে। বোকাত লুতুৰি পুতুৰি হৈ মন্ত্ৰীপুত্ৰ ওপৰলৈ উঠিবলৈ যত্ন কৰিলে আৰু ৰাজপুত্ৰৰ সহায় ভিক্ষা মাগিলে। কিন্তু ৰাজপুত্ৰই ক’লে “বন্ধু মোৰ হাতখন কাটোতে যে কৈছিলা-“ঈশ্ৱৰে যি কৰে মঙ্গলেই কৰে” সেইদিনা তুমিতো মোৰ হাতখন কটাবাবে দুখ কৰা নাছিলা। এতিয়া ময়ো তোমাৰ এই দুৰ্ভাগ্য়ৰ বাবে দুখ নকৰোঁ। তুমি খালত পৰি মৰি থাকা। মই ৰাজ্য়লৈ উভতি যাওঁগৈ। তুমি মোৰ বন্ধু নহয় শত্ৰুহে। মন্ত্ৰী পুত্ৰই তেতিয়াও হাঁহি মাৰি ৰাজপুত্ৰক ক’লে – “ঈশ্ৱৰে যি কৰে মঙ্গলেই কৰে।”
{{Right|}}{{gap}}দুদিনমান পিচত এদিন ৰাজপুত্ৰই মন্ত্ৰী পুত্ৰক চিকাৰলৈ যাবলৈ লগ ধৰিলে। মন্ত্ৰীপুত্ৰই ক’লে “বন্ধু তোমাৰ হাতৰ ঘা ভালদৰে শুকালেহে চিকাৰলৈ যোৱা ভাল হ’ব বুলি মই ভাবো। “ৰাজপুত্ৰই ক’লে - নহয় বন্ধু চিকাৰ তুমি কৰিবা মই লগতেহে যাম। ইতিমধ্য়ে মই পিতাৰ অনুমতি লৈয়ে থৈছো।

{{Right|}}{{gap}}ৰাজপুত্ৰৰ কথা পেলাব নোৱাৰি এটি শুভ ক্ষণত দুয়ো ঘোঁৰা লৈ চিকাৰলৈ বুলি যাত্ৰা কৰিলে। হাবি বননি গছ-গছনি পিচ পেলাই থৈ ৰাজপুত্ৰ মন্ত্ৰীপুত্ৰৰ ঘোঁৰা চিকাৰৰ উদ্দেশ্যে অটব্য অৰণ্যৰমাজ পালেগৈ। বেলি লহিয়ালে চিকাৰ কিন্তু একো নাপালে। ভাগৰত দুয়ো বিমৰ্ষ হৈ পৰিল। ৰাজপুত্ৰৰ পিয়াহত অণ্ঠ কণ্ঠ শুকাই গ’ল। অৰণ্যৰ মাজত পানী বিচাৰি দুয়ো হাবাথুৰি খালে। মন্ত্ৰীপুত্ৰই গছৰ ডালৰ ওপৰলৈ উঠি দূৰত ক’ৰবাত পানী দেখে নেকি চাবলৈ ধৰিলে Iএনেতে দূৰত এটি খালত পানী জিলিকি থকা দেখিলে। মন্ত্ৰীপুত্ৰ গছৰ পৰা নামি ঘোঁৰা লৈ দুয়ো পানী থকা খালটোৰ পিনে যাবলৈ ধৰিলে। খালৰ ওচৰ পাই ঘোঁৰাৰ পৰা নামি দুয়ো পানী খাবলৈ খালৰ ওচৰলৈ গ’ল। খালত পানী নাছিল। বোকাৰে খালটো পূৰ্ণ হৈ আছিল। মন্ত্ৰীপুত্ৰই হালি এটুপি পানী পোৱাৰ আশাৰে খালৰ নিচেই ওচৰ পালেগৈ। ৰাজপুত্ৰই এয়ে সুযোগ বুলি ভাবি মন্ত্ৰীপুত্ৰক ঠেলা মাৰি খালত পেলাই দিলে। বোকাত লুতুৰি পুতুৰি হৈ মন্ত্ৰীপুত্ৰ ওপৰলৈ উঠিবলৈ যত্ন কৰিলে আৰু ৰাজপুত্ৰৰ সহায় ভিক্ষা মাগিলে। কিন্তু ৰাজপুত্ৰই ক’লে “বন্ধু মোৰ হাতখন কাটোতে যে কৈছিলা-“ঈশ্ৱৰে যি কৰে মঙ্গলেই কৰে“ সেইদিনা তুমিতো মোৰ হাতখন কটাবাবে দুখ কৰা নাছিলা। এতিয়া ময়ো তোমাৰ এই দুৰ্ভাগ্য়ৰ বাবে দুখ নকৰোঁ। তুমি খালত পৰি মৰি থাকা। মই ৰাজ্য়লৈ উভতি যাওঁগৈ। তুমি মোৰ বন্ধু নহয় শত্ৰুহে। মন্ত্ৰী পুত্ৰই তেতিয়াও হাঁহি মাৰি ৰাজপুত্ৰক ক’লে – “ঈশ্ৱৰে যি কৰেমঙ্গলেই কৰে।
{{Right|}}{{gap}}ৰাজপুত্ৰ নিজৰ ঘোঁৰাত উঠি গুচি গ’ল। সেই অৰণ্য়ত এদল অঘৰী ডকাইতে বাস কৰিছিল। ৰাজপুত্ৰক অকলশৰে পাই ডকাইতে ধৰি লৈ গ’ল আৰু ডকাইতৰ চৰ্দ্দাৰৰ ওচৰত হাজিৰ কৰালে গৈ। ডকাইতৰ চৰ্দ্দাৰে সুঠাম দেহৰ বিতোপন ল’ৰা এজন ধৰি অনা দেখি বৰ আনন্দিত হ’ল। সেই ৰাতিয়ে
{{gap}}ৰাজপুত্ৰ নিজৰ ঘোঁৰাত উঠি গুচি গ’ল। সেই অৰণ্য়ত এদল অঘৰী ডকাইতে বাস কৰিছিল। ৰাজপুত্ৰক অকলশৰে পাই ডকাইতে ধৰি লৈ গ’ল আৰু ডকাইতৰ চৰ্দ্দাৰৰ ওচৰত হাজিৰ কৰালে গৈ। ডকাইতৰ চৰ্দ্দাৰে সুঠাম দেহৰ বিতোপন ল’ৰা এজন ধৰি অনা দেখি বৰ আনন্দিত হ’ল। সেই ৰাতিয়ে