পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
Joli (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১৩ নং শাৰী: ১৩ নং শাৰী:
{{gap}}আজিৰ এই ইন্টাৰনেট, টেলিভিশ্বনৰ যুগতো আমাৰ নাতি নাতিনী হতে সদায়
{{gap}}আজিৰ এই ইন্টাৰনেট, টেলিভিশ্বনৰ যুগতো আমাৰ নাতি নাতিনী হতে সদায়
সাধু কবলৈ আমাক ব্যতিব্যস্ত কৰি তোলে। পৰীক্ষা শেষ হলেই আমাৰ ঘৰলৈ আহিবলৈ
সাধু কবলৈ আমাক ব্যতিব্যস্ত কৰি তোলে। পৰীক্ষা শেষ হলেই আমাৰ ঘৰলৈ আহিবলৈ
মাক দেউতাকক তত নোহোৱা কৰে। ককাকৰ মুখত নানা ধৰণৰ মনোমোহা সাধু শুনি।
মাক দেউতাকক তত নোহোৱা কৰে। ককাকৰ মুখত নানা ধৰণৰ মনোমোহা সাধু শুনি
আপ্লুত হৈ পৰে। সেয়েহে আমাৰ ককা-আইতাৰ মুখে শুনা তেনেধৰণৰ কেইটিমান সাধু
আপ্লুত হৈ পৰে। সেয়েহে আমাৰ ককা-আইতাৰ মুখে শুনা তেনেধৰণৰ কেইটিমান সাধু
সংগ্ৰহ কৰি পুথি আকাৰে ছপাই নাতি নাতিনী হঁতৰ কুমলীয়া হাতত আলফুলে দিবলৈ
সংগ্ৰহ কৰি পুথি আকাৰে ছপাই নাতি নাতিনী হঁতৰ কুমলীয়া হাতত আলফুলে দিবলৈ
১৯ নং শাৰী: ১৯ নং শাৰী:
কিতাপৰ যোগে প্ৰকাশিত সাধুও ইয়াত সন্নিবিষ্ট কৰা হৈছে।
কিতাপৰ যোগে প্ৰকাশিত সাধুও ইয়াত সন্নিবিষ্ট কৰা হৈছে।


{{gap}}“সাধুৰ সাতসৰীয়ে”পঢ়ুৱৈসমাজত সমাদৰলাভ কৰিলে নাইবা মইনাহঁত উপকৃত
{{gap}}“সাধুৰ সাতসৰীয়ে” পঢ়ুৱৈ সমাজত সমাদৰলাভ কৰিলে নাইবা মইনাহঁত উপকৃত
হলে লিখনিৰ সাৰ্থকতা অনুভৱ কৰিম।
হলে লিখনিৰ সাৰ্থকতা অনুভৱ কৰিম।


{{gap}}বৰপুত্ৰ শ্ৰীমান পলাশে (ৰাজা) আৰু বোৱাৰী শ্ৰীমতী নিবেদিতাই (অকনি)
{{gap}}বৰপুত্ৰ শ্ৰীমান পলাশে (ৰাজা) আৰু বোৱাৰী শ্ৰীমতী নিবেদিতাই (অকনি)
কিতাপখনি যত্ন কৰি প্ৰকাশ কৰি উলিওৱা বাবে তেওঁলোকলৈ মোৰ আন্তৰিক শুভাশীষ
কিতাপখনি যত্ন কৰি প্ৰকাশ কৰি উলিওৱা বাবে তেওঁলোকলৈ মোৰ আন্তৰিক শুভাশীষ
ৰ'ল। “সাধুৰ সাতসৰীৰ ছবিবোৰ আঁকি কিতাপৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে শ্ৰীমান বেনচন
ৰ'ল। “সাধুৰ সাতসৰী”ৰ ছবিবোৰ আঁকি কিতাপৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে শ্ৰীমান বেনচন
আৰু শ্ৰীমান হেজেচলৈ ধন্যবাদ সহ হিয়াভৰা মৰম ও কৃতজ্ঞতা জ্ঞাপন কৰিলো। ওচিন
আৰু শ্ৰীমান হেজেচলৈ ধন্যবাদ সহ হিয়াভৰা মৰম ও কৃতজ্ঞতা জ্ঞাপন কৰিলো। ‘ওচিন
প্ৰিন্টাৰ্ছৰ সমূহ কৰ্মকৰ্তা লৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
প্ৰিন্টাৰ্ছ’ৰ সমূহ কৰ্মকৰ্তা লৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

{{gap}}সদৌ শেষত ভুল ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনাৰে⸺


{{gap}}সদৌ শেষত ভুল ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনাৰে
{{right|বিনয়াবনত</br>
{{right|বিনয়াবনত</br>
জ্যোৎস্না দেৱী</br>
জ্যোৎস্না দেৱী</br>