পৃষ্ঠা:তই যুক্তি যুদ্ধ কৰ.pdf/৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "<poem>উনৈশ শ আশীচনৰ ভোগালী বিহুৰ ভোগৰ পৰৰ বৰহমপুত্ৰৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৮:০০, ৫ মাৰ্চ ২০২১ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উনৈশ শ আশীচনৰ ভোগালী বিহুৰ ভোগৰ পৰৰ
বৰহমপুত্ৰৰ উত্তৰপাৰৰ কামৰূপ তাৰ সাক্ষী হ’ল
এই সাক্ষী জীৱন্ত হৈ ৰ'ল।
একচেতীয়া ক্ষমতাৰ শতাব্দী ৰচাৰ স্বপ্নতেই
সৰ্ববৃহৎ গণতন্ত্ৰৰ এই দেশত
সৰ্ববৃহৎ পাশৱিকতা ধুমুহা যেন হ’ল।
সেই ধুমুহাৰ কোবাল সেতত
আই অসমীৰ জীয়ৰী-বোৱাৰীভজ নিজাড় দল?
গাভৰু, মাতৃ নিঃশেষ হৈ গ'ল 8 71 se
মদমত্ত কামোন্মত্ত পিশাচদলৰ তাণ্ডৱ নাচত
অসম মাতৃৰ বুকুত আজি
আকাশলঘী কলঙ্কৰ হ’ল সৃষ্টি হ’ল।
তাই
হেৰ অসমীয়া শৰাইঘটীয়া,
তোৰ চকুৰ অগিতে মাতৃ ভগ্নীৰ
জীৱন বিফলে গ'ল
তই গুণিছ কি?
তাড়শী (৪) কি
এতিয়াও তই গুণিছ কি??
জাগি উঠ হেৰ লুইতপৰীয়া
তাতা লিট চী;ate
ৰূপ লৈ যমকাল
পাশৱিকতাৰ উন্মত্ততা, বীভৎসতা ধ্বংস কৰি
ভাঙি দে, তই ভাঙি দে
তই ভাঙিবই লাগিব অসমীয়া তোৰ
কাল শত্ৰ, নৰপিশাচৰ ঘোৰ তাণ্ডৱ তাল,
জাগি উঠ হেৰ অসমীয়া তই
ৰূপ লৈ মহাকাল। +