পৃষ্ঠা:সূতিকা পটল.djvu/৭৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিক। পটল। বস্তুব দুর্গন্ধে থাকে অনাহাৰ প্রায়..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৬০|সূতিকা পটল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>বস্ত্ৰৰ দুর্গন্ধে থাকে অনাহাৰ প্রায়।
সূতিক। পটল।
বস্তুব দুর্গন্ধে থাকে অনাহাৰ প্রায়।
বস্ত্ৰৰ দুর্গন্ধে দুগ্ধ-বিহীন ত্বৰায়॥
বস্তুৰ দুর্গন্ধে দুগ্ধ-বিহীন ত্বৰায় ।
বস্ত্ৰৰ দুর্গন্ধে বালকৰ ক্ষীণকায় ।
বস্ত্ৰৰ দুর্গন্ধে বালকৰ ক্ষীণকায় ।
বস্তুৰ দুর্গন্ধে বালকৰ প্রাণ যায় ।
বস্ত্ৰৰ দুর্গন্ধে বালকৰ প্রাণ যায়॥
এতেকতে নির্মল বসন পৰিবেক
এতেকতে নির্ম্মল বসন পৰিবেক
প্রসূতিৰ গাত্ৰ পৰিষ্কাৰ কৰিবেক ॥
প্রসূতিৰ গাত্ৰ পৰিষ্কাৰ কৰিবেক॥
বিনােদিনী বােলে বস্তু নথাকয় ভালে।
বিনােদিনী বােলে বস্ত্ৰ নথাকয় ভালে।
ৰক্তাদি লাগিয়া নষ্ট হয় তত কালে ।
ৰক্তাদি লাগিয়া নষ্ট হয় তত কালে॥
লক্ষ্মী বােলে বিস্মৰণ হইছা আপুনি।
লক্ষ্মী বােলে বিস্মৰণ হইছা আপুনি।
কি কহিছে। পূর্বে ময় তাক চোৱা গুণ।
কি কহিছোঁ পূর্ব্বে ময় তাক চোৱা গুণি॥
খণ্ড-বস্ত্র অগনিত সেঁকি তপতাই।
খণ্ড-বস্ত্র অগনিত সেঁকি তপতাই।
প্রসৱ-দুৱাৰ ঢাকি ৰাখিবে সদাই।
প্রসৱ-দুৱাৰ ঢাকি ৰাখিবে সদাই॥
সেই বস্ত্রখণ্ড সলাইব বৰংবাৰ।
সেই বস্ত্রখণ্ড সলাইব বৰংবাৰ।
পৰিধান কাপড়ত কি সম্পর্ক তাৰ ।
পৰিধান কাপড়ত কি সম্পর্ক তাৰ॥
বিনােদিনী বােলে স্মৃতি হইল আমাৰ।
বিনােদিনী বােলে স্মৃতি হইল আমাৰ।
সি বিষয়ে আপত্তি নকৰে আৰ বাৰ ।
সি বিষয়ে আপত্তি নকৰোঁ আৰ বাৰ॥</poem>}}
{{center|⸻⸻⸻}}
দেহ-পৰিষ্কাৰ।

কিন্তু দেহ পৰিষ্কাৰ ৰা নিৰুপায়।
{{center|'''দেহ-পৰিষ্কাৰ।'''}}
দশদিন মান কৰিবাক বিধি নাই।

লক্ষ্মী বােলে উষ্ণজলে বস্তুক ভিজাই ।
{{Block center|<poem>কিন্তু দেহ পৰিষ্কাৰ ৰাখা নিৰুপায়।
গাও ঘষি নির্মল কৰাত দোষ নাই ।
দশদিন স্নান কৰিবাক বিধি নাই॥
নকৰিৰে পৰিস্কাৰ অসুখ লাগয় ।
লক্ষ্মী বােলে উষ্ণজলে বস্ত্ৰক ভিজাই ।
নিজে বুঝি চাব। কথা হয় কি নহয় ।
গাও ঘষি নির্ম্মল কৰাত দোষ নাই॥
নকৰিলে পৰিষ্কাৰ অসুখ লাগয় ।
নিজে বুঝি চাবা কথা হয় কি নহয়॥</poem>}}
{{center|⸺⸻}}