পৃষ্ঠা:সূতিকা পটল.djvu/৭০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|'''প্ৰসূতিৰ শুশ্ৰূষা।'''}}
{{center|<poem>

প্ৰসূতিৰ শুশ্ৰুষা।
বিনোদিনী প্ৰতি লক্ষ্মী কহিল বুঝাই।
{{Block center|<poem>বিনোদিনী প্ৰতি লক্ষ্মী কহিল বুঝাই।
প্ৰসূতি-শুশ্ৰুষা ময় শিক্ষা দিয়া নাই॥
প্ৰসূতি-শুশ্ৰূষা ময় শিক্ষা দিয়া নাই॥
সি বিষয় যি উচিত কহোঁ শুনাতাক।
সি বিষয় যি উচিত কহোঁ শুনাতাক।
নিদ্ৰা কৰাইব চেষ্টা লাগে কৰিবাক॥
নিদ্ৰা কৰাইব চেষ্টা লাগে কৰিবাক॥</poem>}}
{{center|⸻⸻⸻}}
−−−−−−−

প্ৰসৱান্তে নিদ্ৰা।
{{center|'''প্ৰসৱান্তে নিদ্ৰা।'''}}
যদি ফুল পৰিল নাড়ীও কাটা ভৈল।

{{Block center|<poem>যদি ফুল পৰিল নাড়ীও কাটা ভৈল।
সৰ্ব্বৈব জঞ্জাল নথাকিল ভাঙি গৈল॥
সৰ্ব্বৈব জঞ্জাল নথাকিল ভাঙি গৈল॥
ই সময়ে প্ৰসূতিৰ নিদ্ৰা যদি হয়।
ই সময়ে প্ৰসূতিৰ নিদ্ৰা যদি হয়।
প্ৰসৱৰ দুঃখ শৰীৰত নথাকয়॥
প্ৰসৱৰ দুঃখ শৰীৰত নথাকয়॥
নিদ্ৰা কৰাবাৰ অন্য নলাগে উপায়।
নিদ্ৰা কৰাবাৰ অন্য নলাগে উপায়।
প্ৰতি-গৃহৰ গুছাইয়া দিবা হাই॥
প্ৰতি-গৃহৰ গুছাইয়া দিবা হাই॥</poem>}}
{{center|⸻⸻⸻}}
−−−−−−−

দ্বাৰৰ যত্ন।
{{center|'''দ্বাৰৰ যত্ন।'''}}
আৰু এক খণ্ড মলহীন সূক্ষ্ম কানি।

চাৰি ঝাপ কৰি অগনিত সেকি আনি॥
{{Block center|<poem>আৰু এক খণ্ড মলহীন সূক্ষ্ম কানি।
চাৰি ঝাপ কৰি অগনিত সেঁকি আনি॥
প্ৰসৱৰ দুয়াৰক আবৰিয়া থৈব।
প্ৰসৱৰ দুয়াৰক আবৰিয়া থৈব।
নুগুছয় মানে বিষ দিনকত* লৈব॥
নুগুছয় মানে বিষ দিনকত* লৈব॥
শতল হুইলে বস্তু খণ্ড সেঁকি লৈব।
শীতল হুইলে বস্ত্ৰ খণ্ড সেঁকি লৈব।
পুনৰপি সিতো দুৱাৰক ঢাকি থৈব॥
পুনৰপি সিতো দুৱাৰক ঢাকি থৈব॥
দাগ-ছেক লাগে যদি বস্ত্ৰ সলাইব।
দাগ-ছেক লাগে যদি বস্ত্ৰ সলাইব।
সলাই সলাই সেঁকি সেঁকি লগাইব॥
সলাই সলাই সেঁকি সেঁকি লগাইব॥</poem>}}
⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻
----

</poem>}}
{{left|*দিনকত দিনে-দিনে, নিতৌ।}}
*দিনকত দিনে-দিনে, নিতৌ।