পৃষ্ঠা:সূতিকা পটল.djvu/৬৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। (1 নাভিপক ঔষধ। যদি নাতি পকে কোনো অসাৱধ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||সূতিকা পটল।|৫৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|'''নাভিপকা ঔষধ।'''}}
সূতিকা পটল।

(1
{{Block center|<poem>যদি নাভি পকে কোনো অসাৱধানত।
নাভিপক ঔষধ।
ঔষধ যতন কওঁ ৰাখিবা মনত॥
যদি নাতি পকে কোনো অসাৱধানত।
ঔষধ যতন কওঁ ৰাখিবা মনত।
অন্য যত্ন নলাগে ঔষধে বহু নাই।
অন্য যত্ন নলাগে ঔষধে বহু নাই।
তপ্ত জলে ধোৱা নিত্য, যাইব শুখাই।
তপ্ত জলে ধোৱা নিত্য, যাইব শুখাই॥
তিসি * বাকল পিষি লবি সিজাই।
তিসিৰ * বাকল পিষি লথৰি সিজাই।
দিব নাভি উপৰত যাইব শুখাই।
দিব নাভি উপৰত যাইব শুখাই॥
নিত্য চাৰি পাচ বাৰ দিহা সিজাই।
নিত্য চাৰি পাঁচ বাৰ দিবাহা সিজাই।
যাইব শুথাই নাই কিছু চিন্তা নাই।
যাইব শুখাই নাই কিছু চিন্তা নাই॥
ঔষপত কৰি ধোৱাতে সে গুণ হয়।
ঔষধত কৰি ধোৱাতে সে গুণ হয়।
পচা মাংস উঠি যাই পুনঃ নপাকয়॥
পচা মাংস উঠি যাই পুনঃ নপাকয় †॥</poem>}}
{{center|⸻⸻}}
পোৱাতিৰ ককাল সেঁক।

বিনোদিনী বোলে পুনঃ শোধে। ইতো কথা।
{{center|'''পোৱাতিৰ ককাল সেঁক।'''}}
পোৱতিৰ কঁকাল সেঁকাৰ আছে প্ৰথা।

তোমাৰ মনত তুলি লল। স্বভাৱতে।
{{Block center|<poem>বিনোদিনী বোলে পুনঃ শোধোঁ ইতো কথা।
সেকিবে কি নেপেঁকি।ে কোৱা ভালমতে '
পোৱতিৰ কঁকাল সেঁকাৰ আছে প্ৰথা॥
তোমাৰ মনত তুলি ললা স্বভাৱতে।
সেঁকিবোঁ কি নেসেঁকিবোঁ কোৱা ভালমতে॥
লক্ষ্মী বোলে সেঁকিলে নাহিক অপকাৰ।
লক্ষ্মী বোলে সেঁকিলে নাহিক অপকাৰ।
পোৱাতিয়ে সুখ পাৱে কৰোহে। স্বীকাৰ।
পোৱাতিয়ে সুখ পাৱে কৰোঁহোঁ স্বীকাৰ॥
উদৰত কাপড় বেড় আছে যাৰ।
উদৰত কাপড়ৰ বেড় আছে যাৰ।
অকাৰণ নাই প্ৰয়োজন সেঁকিবাৰ।
অকাৰণ নাই প্ৰয়োজন সেঁকিবাৰ॥</poem>}}
{{center|⸺⸺}}
*

সেহৰ বা সৰিয়হৰ নিচিনা এবিধ শস্য। দোকাৰ কিনিব প্যৰ।
* বেহাৰ বা সৰিয়হৰ নিচিনা এবিধ শস্য। দোকানত কিনিব পায়।
+ 'নাই” পাকলে নিতো তপত পানীৰে ধু'ব লাগে। ধৰি
“নাই” পকিলে নিতৌ তপত পানীৰে ধু'ব লাগে। ঔষধ দিব
খুজিলে ভিসিৰ বাকলি দিৰাই দিব। কিন্তু খুলে বেছি উপকাৰ।
খুজিলে তিসিৰ বাকলি সিজাই দিব। কিন্তু ধুলেহে বেছি উপকাৰ।