পৃষ্ঠা:সূতিকা পটল.djvu/৬৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "AS সূতিকা পটল। বালকক সেঁক দিয়া। তো ক্ষান্ত ভৈলো ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৫৪|সূতিকা পটল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|'''বালকক সেঁক দিয়া।'''}}
AS

সূতিকা পটল।
{{Block center|<poem>তাতো ক্ষান্ত ভৈলোঁ বালকক সেঁকিবাৰ।
বালকক সেঁক দিয়া।
লক্ষ্মী বোলে শুনিও ব্যৱস্থা কওঁ তাৰ॥
তো ক্ষান্ত ভৈলো বালকক বেঁকিৰাৰ।
লক্ষ্মী বোলে শুনিও ব্যৱস্থা কওঁ তাৰ।
বালকৰ গাত্ৰে জল আছে অনুমানি।
বালকৰ গাত্ৰে জল আছে অনুমানি।
বালকক সৈকয় অগ্নিৰ পাশে আনি॥
বালকক সেঁকয় অগ্নিৰ পাশে আনি॥
তাতে আধা পোড়া হয় কাৰে জলা বাধে।
তাতে আধা পোড়া হয় কাৰো জলা বাধে।
কহিবে সহিবে নৰে দুঃখে শিও কান্দে।
কহিবে সহিবে নৰে দুঃখে শিশু কান্দে॥
সেই অগ্নি উত্তাপত জৰ উপজয়।
সেই অগ্নি উত্তাপত জ্বৰ উপজয়।
নানা অপকাৰে ধৰে জীৱনৰ ভয়।
নানা অপকাৰে ধৰে জীৱনৰ ভয়॥
এতেকতে সৰ্ব্ব অঙ্গ সেঁকা অনুচিত।
এতেকতে সৰ্ব্ব অঙ্গ সেঁকা অনুচিত।
নাতি মাত্ৰ সেঁকিবাৰ কেবল বিহিত।
নাভি মাত্ৰ সেঁকিবাৰ কেবল বিহিত॥
বৃদ্ধাঙ্গুলি প্ৰদীপ-অধিত তপতাই।
বৃদ্ধাঙ্গুলি প্ৰদীপ-অগ্নিত তপতাই।
সেই অঙ্গুলিয়ে হেঁচি হেঁচি সেঁকে নাই”
সেই অঙ্গুলিয়ে হেঁচি হেঁচি সেঁকে “নাই”॥
প্ৰদীপ-শিখাৰ কালী তৈল সমন্বিত।
প্ৰদীপ-শিখাৰ কালী তৈল সমন্বিত।
লাগিয়া থাকয় সেই বৃদ্ধ অঙ্গুলিত।
লাগিয়া থাকয় সেই বৃদ্ধ অঙ্গুলিত॥
সিতে অঙ্গুলিক ষেবে নাভিত হেঁয়।
সিতো অঙ্গুলিক ষেবে নাভিত হেঁচয়।
সেই তৈল-কালী নাভিমূলে প্ৰবেশ
সেই তৈল-কালী নাভি-মূলে প্ৰবেশয়॥
বালকৰ নাড়ী পকে সেই তৈল গুণে।
বালকৰ নাড়ী পকে সেই তৈল গুণে।
ইসৰ অহিত হয় ধাত্ৰীৰ দুণে॥
ইসব অহিত হয় ধাত্ৰীৰ দুৰ্গুণে॥
এতেকতে দিতে কৰ্ম কৰা অনুচিত।
এতেকতে সিতো কৰ্ম্ম কৰা অনুচিত।
সি কৰ্মত হয় জানা হিতে বিপৰীত।
সি কৰ্ম্মত হয় জানা হিতে বিপৰীত॥
কিছুমান অঙ্গাৰত অগ্নিক লগাই।
কিছুমান অঙ্গাৰত অগ্নিক লগাই।
কানিৰ টোপলা সেকি সেকিবেক “নাই”।
কানিৰ টোপলা সেঁকি সেঁকিবেক “নাই”॥
ইতো নিয়মত মহা উপকাৰ হয়।
ইতো নিয়মত মহা উপকাৰ হয়।
কদাচিতে। বালকৰ নাতি নপক
কদাচিতো বালকৰ নাভি নপকয়॥</poem>}}
{{center|⸺⸻}}