পৃষ্ঠা:সূতিকা পটল.djvu/৬৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। দুগ্ম আৰু সা গু দিব প্ৰথমে দু’দিন। খই..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||সূতিকা পটল।|৫৩}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>দুগ্ধ আৰু সাগু দিব প্ৰথমে দু’দিন।
সূতিকা পটল।
খই মণ্ড দিব যদি সাগু হয় হীন॥
দুগ্ম আৰু সা গু দিব প্ৰথমে দু’দিন।
খই মণ্ড দিব যদি সা ও হয় হীন।
অল্প কৰি দিব পেট নেদিব পূৰাই।
অল্প কৰি দিব পেট নেদিব পূৰাই।
দিনত দুবাৰ দিব তাত দোষ নাই।
দিনত দুবাৰ দিব তাত দোষ নাই॥
তৃতীয় দিনত লাহি চাউলৰ জ্ঞাত।
তৃতীয় দিনত লাহি চাউলৰ ভাত।
দুগ্ধ সঙ্গে দিব দোষ নাহিকয় তাত।
দুগ্ধ সঙ্গে দিব দোষ নাহিকয় তাত॥
ক্ৰমে ক্ৰমান্বয়ে পূৰ্ব অহাৰক দিব।
ক্ৰমে ক্ৰমান্বয়ে পূৰ্ব্ব আহাৰক দিব।
শিশু দুগ্ধ খাই মানে বাছিয়া খাইব।
শিশু দুগ্ধ খাই মানে বাছিয়া খাইব॥
মাতৃদুগ্ধে বালকৰ প্ৰাণ ৰক্ষা হয়।
মাতৃ-দুগ্ধে বালকৰ প্ৰাণ ৰক্ষা হয়।
মাতৃৰ কু-পথ্যে বালকৰ পক্ষে ভয়।
মাতৃৰ কু-পথ্যে বালকৰ পক্ষে ভয়॥
আকে জানি দুগ্ধপোষ্য শিশুৰ জননী।
আকে জানি দুগ্ধ-পোষ্য শিশুৰ জননী।
কু-পথ্যক এৰিব বিদ্যৰ হেতু গণি॥
কু-পথ্যক এৰিব বিঘ্নৰ হেতু গণি॥</poem>}}

ঝাল খুৱোৱা।
{{center|⸺⸺}}
বিনোদিনী বোলে পথ্য কৰিলোহেঁ। সাৰ

ঝাল খুৱাবাৰ পক্ষে কিবা বোলা আৰ •
{{center|'''ঝাল খুৱোৱা।'''}}

{{Block center|<poem>বিনোদিনী বোলে পথ্য কৰিলোঁহোঁ সাৰ৷
ঝাল খুৱাবাৰ পক্ষে কিবা বোলা আৰ॥
লক্ষ্মী বোলে ঝাল খুৱাৱাত নাই গুণ।
লক্ষ্মী বোলে ঝাল খুৱাৱাত নাই গুণ।
শুনা তাক কওঁ, আছে বৰঞ্চ দুগুণ।
শুনা তাক কওঁ, আছে বৰঞ্চ দুৰ্গুণ॥
প্ৰসৱত প্ৰতিৰ যত কষ্ট নাই।
প্ৰসৱত প্ৰসূতিৰ যত কষ্ট নাই।
ঝাল খুৱালাত জানা তত দুঃখ পাই।
ঝাল খুৱালাত জানা তত দুঃখ পাই॥
অতিশয় খালপাৰে অয়মান হয়।
অতিশয় ঝালপানে অগ্নিমান্দ্য হয়।
পেট আশা কৰে ৰুক্ত আমাশয়ে জ্ঞ
পেট জ্বালা কৰে ৰক্ত আমাশয়ে ভয়॥</poem>}}
{{center|⸺⸺}}