পৃষ্ঠা:সূতিকা পটল.djvu/৬৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল । প্ৰসৱৰ অন্তে ৰক্ত ভাঙয় নিশ্চয়। ইত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৫২|সূতিকা পটল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>প্ৰসৱৰ অন্তে ৰক্ত ভাঙয় নিশ্চয়।
সূতিকা পটল ।
ইতো ৰীতি বুলি লােকে জানিয়া আছয়॥
প্ৰসৱৰ অন্তে ৰক্ত ভাঙয় নিশ্চয়।
ইতো ৰীতি বুলি লােকে জানিয়া আছয়
কিন্তু ইতো ৰীতি নোহে অযত্নৰ ফল।
ৰক্ত ভাঙি প্ৰসূতিয়ে হোৱয় দুর্ব্বল॥
কিন্তু ইতো ৰীতি ননহে অষত্নৰ ফল।
ৰক্ত ভাঙি প্ৰতিয়ে হোক দুর্বল।
কথিত নিয়ম যদি আচৰণ হয়।
কথিত নিয়ম যদি আচৰণ হয়।
প্রসূতিৰ কিছুমাত্র ৰক্ত নপড়ায় ।
প্রসূতিৰ কিছুমাত্র ৰক্ত নপড়য়॥
এতেকে প্রতি সেই দিন সেই ৰাতি।
এতেকে প্রসূতি সেই দিন সেই ৰাতি।
উঠা বহ। নকৰি সহিব ইতাে দাতি
উঠা বহা নকৰি সহিব ইতাে দাতি *॥
অন্য কাৰ্য্যে থাকোক প্রস্রাব প্রয়ােজনে।
অন্য কাৰ্য্যে থাকোক প্রস্রাব প্রয়ােজনে।
মুঠিব উঠিলে দুঃখ মিলিব সম্বনে।
নুঠিব উঠিলে দুঃখ মিলিব সঘনে॥
অন্ত নৱ দিন উঠিবাক বহিবাক।
অন্য নৱ দিন উঠিবাক বহিবাক।
অল্প অল্প পাৰে, বহু পক্ষে আছে হক ॥
অল্প অল্প পাৰে, বহু পক্ষে আছে হাক॥
সাৱধানে ৰাখিলে হােয় শীঘ্ৰে ভাল।
সাৱধানে ৰাখিলে হােৱয় শীঘ্ৰে ভাল।
পূৰ্বাকৃতি হইব নলাগে বহু কাল ॥
পূৰ্ব্বাকৃতি হইব নলাগে বহু কাল॥
ৰক্ত ভাঙি নিস্তেজ দুর্বল হই যাই ।
ৰক্ত ভাঙি নিস্তেজ দুর্ব্বল হই যাই।
তাতে শীঘ্ৰে ভাল কৰা হয় নিৰুপাই ।
তাতে শীঘ্ৰে ভাল কৰা হয় নিৰুপাই॥</poem>}}

ইসব কথাক এহিমানে এটি থওঁ।
{{center|⸻⸻}}
পোৱাতি-পথ্যৰ ব্যৱস্থাক এবে কওঁ ।

{{center|'''পথ্য৷'''}}

{{Block center|<poem>ইসব কথাক এহিমানে এড়ি থওঁ।
পোৱাতি-পথ্যৰ ব্যৱস্থাক এবে কওঁ॥
পোৱাতি-গর্ভৰ পৰিপাক শক্তি হীন।
পোৱাতি-গর্ভৰ পৰিপাক শক্তি হীন।
লঘুপাক আহাৰ বিবেক কিছু দিন ।
লঘুপাক আহাৰ দিবেক কিছু দিন॥</poem>}}
⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻
তি-নিকাৰ, যিক্তি।

* দাতি-নিকাৰ, বিৰক্তি।