পৃষ্ঠা:সূতিকা পটল.djvu/৬৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "co সূতিকা পটল। লক্ষ্মী বোলে একো চিন্তানাই, ফুল আসি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৫০|সূতিকা পটল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>লক্ষ্মী বোলে একো চিন্তানাই,{{gap|2em}} ফুল আসিবেক থাকা চাই,
co
{{gap|4em}}সমস্তৰে নোহে, কাৰো মাত্র সি জঞ্জাল।
সূতিকা পটল।
বিনােদিনী বােলে সত্য ভৈল, {{gap|2em}}মােহিনীৰ ফুল পড়ি গৈল,
লক্ষ্মী বোলে একো চিন্তানাই, ফুল আসিবেক থাকা চাই,
{{gap|4em}}ৰাম ৰাম বােলা চিন্তা গৈল, ভৈল ভাল॥
সমৰে নোহে, কাৰো মাত্র সি জঞ্জাল।
পুত্র মুখ দেখিল মােহিনী, {{gap|2em}}আনন্দিতা লক্ষ্মী বিনােদিনী,
বিনােদিনী বােলে সত্য ভৈল, মােহিনীৰ ফুল পড়ি গৈল,
{{gap|4em}}বন্ধুগণ মিলি কৰে সুমঙ্গল গান।
ৰাম ৰাম বােলা চিন্তা গৈল, ভৈল ভাল।
গােবিন্দ গােবিন্দে ৰাখা পায়,{{gap|2em}} শ্যামলালে ৰক্ষ শ্যামৰায়,
পুত্র মুখ দেখিল মােহিনী, আনন্দিতা লক্ষ্মী বিনােদিনী,
{{gap|4em}}চিদানন্দ কৰা চিদানন্দৰ কল্যাণ॥</poem>}}
বন্ধুগণ মিলি কৰে সুমঙ্গল গান।

গােবিন্দ গােবিনে ৰাখা পায়, গামলালে ৰক্ষ শ্যামৰায়,
{{center|⸺⸺}}
চিদান কৰা চিদানৰ কল্যাণ

প্রসৱ অন্তত “বাঘিনী-প্রসূতি”
{{center|'''প্রসৱ অন্তত “বাঘিনী-প্রসূতি”'''}}
ন’হাৰ উপায়।
{{center|'''ন’হাৰ উপায়।'''}}
বিনােদিনী বােলে লক্ষ্মী কি কৰিৰো এবে

উদৰৰ হাত তোলে। তুমি বোলা যেবে।
{{Block center|<poem>বিনােদিনী বােলে লক্ষ্মী কি কৰিবোঁ এবে
উদৰৰ হাত তোলোঁ তুমি বোলা যেবে॥
লক্ষ্মী বােলে অল্প কাল ৰাখা মাত্র হাত।
লক্ষ্মী বােলে অল্প কাল ৰাখা মাত্র হাত।
কাপড় বেষ্টন কৰিবা আছে তাত ।
কাপড় বেষ্টন কৰিবাক আছে তাত॥
কপাহি কাপড় খণ্ড দীর্থ ভাজে ধৰি।
কপাহি কাপড় খণ্ড দীর্ঘ ভাঁজে ধৰি।
আপনি লীয়ে লৈল দুই ভাজ কৰি।
আপনি লক্ষ্মীয়ে লৈল দুই ভাঁজ কৰি॥
উদৰৰ অধঃ উর্ষ উভয় ভাগত।
উদৰৰ অধঃ উর্দ্ধ উভয় ভাগত।
মেৰাই ৰাখিল মেৰ কাটিলেক যত।
মেৰাই ৰাখিল মেৰ আটিলেক যত॥
টানিয়া বাধিল আৰু ৰাখিল যতনে।
টানিয়া বাঁধিল আৰু ৰাখিল যতনে।
পােৱাতিও মুখ মানিলেক মনে মনে।
পােৱাতিও সুখ মানিলেক মনে মনে॥
মেৰাই বাঁধিলে তা দুই গুণ হয়।
মেৰাই বাঁধিলে তাক দুই গুণ হয়।
ৰক্ত ভাঙিবৰ আৰ নাকে সংশয়।
ৰক্ত ভাঙিবাৰ আৰ নাথাকে সংশয়॥</poem>}}