পৃষ্ঠা:সূতিকা পটল.djvu/৬০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৪৬ সূতিকা পটল। বহুদিন ৰক্তে কেদে ডুবিয়া আছয়। স..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৪৬|সূতিকা পটল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>বহুদিন ৰক্তে ক্লেদে ডুবিয়া আছয়।
৪৬
সাবুন নিদিলে গাত্র ক্লেদ নুগুছয়॥
সূতিকা পটল।
বহুদিন ৰক্তে কেদে ডুবিয়া আছয়।
সাবুন নিদিলে গাত্র ক্লেদ মুগুছ।
গৰ্ভত আছিল সিতো স্থান উষ্ণ স্থান।
গৰ্ভত আছিল সিতো স্থান উষ্ণ স্থান।
বাতাসে ওলাই শীতে কাপয় পৰাণ।
বাতাসে ওলাই শীতে কাপয় পৰাণ॥
এতেকতে শিশুক শয্যাক তুলি নিয়া।
এতেকতে শিশুক শয্যাক তুলি নিয়া।
ফ্ল্যানেল কাপড় খণ্ডে গাত্র ঢাকি দিয়া ।
ফ্ল্যানেল* কাপড় খণ্ডে গাত্র ঢাকি দিয়া॥</poem>}}
{{center|⸺⸺⸺}}
ক্ষীণকায় বালকৰ পুষ্টকৰ।

ই পক্ষৰ এই কথা কহিব আছয়।
ভূমিষ্ঠ বালক যদি ক্ষীণকায় হয়
{{center|'''ক্ষীণকায় বালকৰ পুষ্টকৰ।'''}}

তেন্তে নাড়ী কাটিবাৰ পূৰ্বে এই কৰা।
{{Block center|<poem>ই পক্ষৰ এই কথা কহিব আছয়।
অকাটনে নাড়ী খণ্ড বাম হাতে ধৰা ॥
ভূমিষ্ঠ বালক যদি ক্ষীণকায় হয়॥
তেন্তে নাড়ী কাটিবাৰ পূৰ্ব্বে এই কৰা।
অকাটনে নাড়ী খণ্ড বাম হাতে ধৰা॥
মাতৃ পক্ষ পৰা নাড়ী দোহনক কৰি।
মাতৃ পক্ষ পৰা নাড়ী দোহনক কৰি।
অল্প ৰক্ত শিশুৰ উদৰে দিয়া তৰি।
অল্প ৰক্ত শিশুৰ উদৰে দিয়া ভৰি॥
উদৰত প্ৰবেশিব নাভি মূল দিয়া।
উদৰত প্ৰবেশিব নাভি মূল দিয়া।
সেই পথ মাত্র গর্ভে আছিল যেতিয়া ।
সেই পথ মাত্র গর্ভে আছিল যেতিয়া॥
সি উপায়ে গর্ভে ৰক্ত নিলে কিছুমান।
সি উপায়ে গর্ভে ৰক্ত নিলে কিছুমান।
বালক হইব পুষ্ট হৈব বলধান।
বালক হইব পুষ্ট হৈব বলাধান॥
গর্ভ-বাস কালে জননীৰ ৰক্ত-ৰলে।
গর্ভ-বাস কালে জননীৰ ৰক্ত-বলে।
অনাহাৰে শিশু ৰক্ষা পায় কেবলে।
অনাহাৰে শিশু ৰক্ষা পায় কেবলে॥
এতেকতে সি কার্য্যক সত্য বুলি ভাবা।
এতেকতে সি কার্য্যক সত্য বুলি ভাবা।
অসত্য বুলিলে তাৰ প্ৰতিফল পাবা।
অসত্য বুলিলে তাৰ প্ৰতিফল পাবা॥</poem>}}
⸻⸻⸺⸻⸻⸻⸻⸺⸺⸺⸻⸻⸺⸺⸺⸺⸻⸻⸻⸺⸻
এৰু ৰম গৰৰ কাপােৰ, বৰাৰ চিনি পায়।

* এক ৰকম গৰম কাপােৰ, বজাৰত কিনিব পায়।