পৃষ্ঠা:সূতিকা পটল.djvu/৫৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। 8 পূৰ্ব্ব বাধ এৰি অৰ্থ অঙ্গুল উপৰি। দ্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||সূতিকা পটল।|৪৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>পূৰ্ব্ব বাঁধ এৰি অৰ্দ্ধ অঙ্গুল উপৰি।
সূতিকা পটল।
দ্বিতীয় বন্ধন দিয়া আসিল সুন্দৰী॥
8
আপন অঙ্গুলি দ্বয়ে তীক্ষ্ন কেঁচি লই।
পূৰ্ব্ব বাধ এৰি অৰ্থ অঙ্গুল উপৰি।
উভয় বাঁধৰ মাজে কাটিলেক গই॥
দ্বিতীয় বন্ধন দিয়া আসিল সুন্দৰী ।
নাকান্দিল শিশু কিছু দুঃখ নপাইল।
আপন অঙ্গুলি হয়ে তীক্ষ কেঁচি লই।
স্বাভাবিক ৰূপে শিশু চাহিয়া ৰহিল॥
উভয় বাধৰ মাজে কাটিলেক গই।
অপদার্থ ভাগে বাঁধ দিলোঁ কি কাৰণে।
নাকান্দিল শিশু কিছু দুঃখ নপাইন।
নকইলে নুগুছিব শঙ্কা কাৰো মনে॥
ভাবিক ৰূপে শিশু চাহিয়া ৰহিল।
যমজ সন্তান গর্ভে থাকিব পৰয়।
অপদার্থ ভাগে বাধ দিলে। কি কাৰণে।
নবান্ধিলে সি পক্ষত মহা বিঘ্ন হয়॥
নকইলে মুগুছিব শঙ্কা কাৰৰ মনে ॥
যমজ সন্তান গর্ভে থাকিব পৰয় ।
নবান্ধিলে সি পক্ষত মহা বিঘ্ন হয়।
এতেকে বন্ধন দিয়া উচিত উপাই।
এতেকে বন্ধন দিয়া উচিত উপাই।
নাই যদি সুত গর্ভে নাই, হানি নাই।
নাই যদি সুত গর্ভে নাই, হানি নাই॥
অবহেলা কৰি যদি তাত নৰ্বাধয়।
অবহেলা কৰি যদি তাত নবাঁধয়।
ৰক্ত বাহিৰয় গর্ভে শিশু নষ্ট হয়।
ৰক্ত বাহিৰয় গর্ভে শিশু নষ্ট হয়॥
ধদিয়া অতি অল্প কাৰ্যৰ কাৰণে।
বাঁধদিয়া অতি অল্প কাৰ্য্যৰ কাৰণে।
কিয় থাকিবাক লাগে সুশঙ্কিত মনে।
কিয় থাকিবাক লাগে সুশঙ্কিত মনে॥
বধ গোট দিয়াত নবাগে বহু বেলা।
বাঁধ গোট দিয়াত নলাগে বহু বেলা।
এতেকতে বাধ দিবা নকৰিবা হেলা।
এতেকতে বাঁধ দিবা নকৰিবা হেলা॥</poem>}}

ভূমিষ্ঠ সন্তানৰ যত্ন।
{{center|'''ভূমিষ্ঠ সন্তানৰ যত্ন।'''}}
এমী বােলে বিনােদিনী লঞ্চ কথা শোৱা

পৰিাৰ কৰি আগে বালক ধাের।
{{Block center|<poem>লক্ষ্মী বােলে বিনােদিনী অন্য কথা থোৱা৷
সাবুলে তপত জলে ধুৱাইয়া দিয়া।
পৰিষ্কাৰ কৰি আগে বালকক ধােৱা॥
নির্মল কোমল বস্ত্রে গাও মুছিনিয়ার
সাবুনে* তপত জলে ধুৱাইয়া দিয়া।
বাবু-চান।
নির্ম্মল কোমল বস্ত্রে গাও মুছিনিয়া॥</poem>}}
{{center|⸺⸺⸺⸺⸺}}

{{center|সাবুন—চাবন}}