পৃষ্ঠা:সূতিকা পটল.djvu/৫৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৪৪ সূতিকা পটল। সিতে বঁাধ নেদেখি কাটয় উপৰত। ৰক্ত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৪৪|সূতিকা পটল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>সিতো বাঁধ নেদেখি কাটয় উপৰত।
৪৪
ৰক্ত বহি ভয় জন্মে শিশু মৰণত॥
সূতিকা পটল।
সেই দুৰ্গুণত ৰক্ত বহে ধাৰাসাৰ।
সিতে বঁাধ নেদেখি কাটয় উপৰত।
বাঁধৰ উপৰে বাঁধ দিব লাগে আৰ॥
ৰক্ত বহি ভয় জন্মে শিশু মৰণত।
এতেকতে সিতো ৰজ্জু অল্প বড় কৰা।
সেই দুপত ৰক্ত বহে ধাৰাৰ।
কিংবা ৰজ্জু এৰি ফিতা∗ ব্যৱহাৰ ধৰা॥
বাধৰ উপৰে বঁাধ দিব লাগে আৰ ।
বাঁধৰ দুৰ্গুণ থাকিলেক এইমানে।
এতেকতে সিতে ৰজু অল্প বড় কৰা ।
বাঁশৰ কৰ্ত্তনে শিশু দুঃখ পাৱে প্রাণে॥
কিংৰা ৰক্ষ্ম এৰি ফিতা • ব্যৱহাৰ ধৰা ।
বাঁশৰ কৰ্ত্তনী হলে ৰেপিব লাগয়।
বাধৰ দুগুণ থাকিলেক এইমানে।
দুঃখ পাৱে শিশু জানা তাতেসে কান্দয়॥
বাশৰ কৰ্ত্তনে শিশু দুঃখ পাবে প্রাণে।
কৰ্ত্তনীত কৰি কেঁচি মহা উপকাৰী।
বাশৰ কৰ্ত্তনী হলে ৰেপিব লাগয় ।
কেঁচিৰে কাটিলে শিশু নপাৱয় সাৰি॥
দুঃখ পাৱে শিশু জানা তাতেসে কায় ।
কর্ত্তনে কাটিব লাগে নাকাটিলে নয়।
কণীত কৰি কেঁচি মহা উপকাৰী।
কোন স্মৃতি ব্যবস্থা শাস্ত্ৰত নকহয়॥
কেঁচিৰে কাটিলে শিশু নপাৱয় সাৰি ।
কর্তনে কাটিব লাগে নাকাটিশে নয়।
কোন স্মৃতি ব্যবস্থা শঙ্কত নহয় ৷
পৰম্পৰা যি কৰে কৰয় মাত্র তাক।
পৰম্পৰা যি কৰে কৰয় মাত্র তাক।
দোষ দেখাইয়া দিলে নুনয় হাক ।
দোষ দেখাইয়া দিলে নুশুনয় হাক॥
এতেকে বিশুৰ লিখিবাক নাই মন।
এতেকে বিস্তৰ লিখিবাক নাই মন।
প্রাচীন সবাৰ পক্ষে অৰণ্যে দেন।
প্রাচীন সবাৰ পক্ষে অৰণ্যে ৰোদন॥
নবীন সুমতি সতী সবাকো মিনতি।
নবীনা সুমতি সতী সবাকো মিনতি।
ইসব নিয়ম চলাক দিয়া মতি।
ইসব নিয়ম চলাবাক দিয়া মতি॥
নাভিক এৰিয়। তিনি আঙ্গুল উপৰে।
নাভিক এৰিয়া তিনি আঙ্গুল উপৰে।
নাড়ীক বাধিল লক্ষ্মী ধৰি নিজ কৰে
নাড়ীক বাঁধিল লক্ষ্মী ধৰি নিজ কৰে॥</poem>}}
⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺
‘ফ তা-ও এবিধ এড়ি। কিন্তু গোটালি ন হয়, চেপেট। হে

কৰে পাৰীৰ ৰ। দোকানত কিনিব পায়।
∗ফিতা—ইও এবিধ জড়ি। কিন্তু গোটালি ন হয়, চেপেটা হে
কাপোৰৰ পাৰীৰ দৰে। দোকানত কিনিব পায়।