পৃষ্ঠা:সূতিকা পটল.djvu/৫৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। যদি আঢ়ৈ ভােলামান ৰক্ত পৰি গৈল। নীলব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||সূতিকা পটল।|৪৩}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

সূতিকা পটল।
যদি আঢ়ৈ ভােলামান ৰক্ত পৰি গৈল।
{{Block center|<poem>যদি আঢ়ৈ তোলামান ৰক্ত পৰি গৈল।
নীলবর্ণ ছিল পূৰ্বৰ বৰ্ণ ভৈল।
নীলবর্ণ গুছিল পূৰ্ব্বৰ বৰ্ণ ভৈল॥
তেন্তে আৰু ভৰসা হইল জীৱনত ।
তেন্তে আৰু ভৰসা হইল জীৱনত।
নাকে মুখে জলছিটা দিব সেই মত ।
নাকে মুখে জলছিটা দিব সেই মত॥
সেইরূপে জলত বসাই জোবৰাই।
সেইৰূপে জলত বসাই জোবৰাই।
দেখিব পৰীক্ষা কৰি আয়ু আছে নাই ।
দেখিব পৰীক্ষা কৰি আয়ু আছে নাই॥
অপত্য সমান স্নেহ নাই ধৰাতলে।
অপত্য সমান স্নেহ নাই ধৰাতলে।
নচ দৈবাৎ পৰং বলং সর্ব জনে বুলে।
নচ দৈবাৎ পৰং বলং সর্ব্ব জনে বুলে॥
আৰো বােলে নৌকা ডুবয় মানে বাব।
আৰো বােলে নৌকা নুডুবয় মানে বাব।
ৰােগীক যত্নিব নময় মানে চাব ।
ৰােগীক যত্নিব নমৰয় মানে চাব॥</poem>}}
{{center|⸺⸺}}
নাড়ী-ছেদ।

লক্ষ্মী বােলে নাড়ী বান্ধি যিৰূপে কাটিবা।
{{center|'''নাড়ী-ছেদ।'''}}
শিক্ষা দেওঁ বিনােদিনী মনত ৰাখিব ।

{{Block center|<poem>লক্ষ্মী বােলে নাড়ী বান্ধি যিৰূপে কাটিবা।
শিক্ষা দেওঁ বিনােদিনী মনত ৰাখিবা॥
বিনোদিনী বোলে ময় সি কৰণী জানো।
বিনোদিনী বোলে ময় সি কৰণী জানো।
লক্ষ্মী বোলে কোৱাহা তেবেসে ময় মানো।
লক্ষ্মী বোলে কোৱাহা তেবেসে ময় মানো॥
বিনােদিনী বােলে বাঁশ-কর্তনী + ধৰিয়া।
বিনােদিনী বােলে বাঁশ-কর্ত্তনী∗ ধৰিয়া।
ৰেপাদিয়া নাড়ী খও ফেলাতে কাটিয়া ।
ৰেপাদিয়া নাড়ী খণ্ড ফেলাৱে কাটিয়া॥
নাভিৰ উপৰে ক্ষুদ্ৰ ৰজু বার।
নাভিৰ উপৰে ক্ষুদ্ৰ ৰজ্জুএ বান্ধয়।
বন্ধনী কাষত সেই কর্তনে কাটয় ।
বন্ধনী কাষত সেই কর্ত্তনে কাটয়॥
লক্ষ্মী বোলে ৰছু যদি অতি ক্ষুদ্ধ হয়।
লক্ষ্মী বোলে ৰজ্জু যদি অতি ক্ষুদ্ৰ হয়।
বান্ধিলে নাড়ীত বা ফাটি বসয় ।
বান্ধিলে নাড়ীত বাঁধ কাটিয়া বসয়॥</poem>}}
{{center|⸺⸺⸻⸺}}
বাঁশ-কর্তনী অর্থাৎ বৰ ছো।
{{center|∗বাঁশ-কর্ত্তনী অর্থাৎ বাঁহৰ ছোঁছ।}}