পৃষ্ঠা:সূতিকা পটল.djvu/৫৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। লোমজ কোমল বস্তু হাত দুই মানে। বিহ ও তা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৪২|সূতিকা পটল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

সূতিকা পটল।
লোমজ কোমল বস্তু হাত দুই মানে।
{{Block center|<poem>লোমজ কোমল বস্ত্ৰ হাত দুই মানে।
বিহ ও তাৰ জৰি লােৰা সাৱধানে।
দ্বিহস্ত সুতাৰ জৰি লােৰা সাৱধানে॥</poem>}}
{{center|⸻⸻}}
জনমি

নাকান্দিলে কি কৰ্ত্তব্য।
{{center|'''জনমি'''}}
বিনােদিনী বোলে মনে ই কথা বহিল।
{{center|'''নাকান্দিলে কি কৰ্ত্তব্য।'''}}
পূর্ব উপায়তো যদি শিশু নকান্দিল।

তেন্তে কি কৰিব লাগে দিয়াহ। শিকাই।
{{Block center|<poem>বিনােদিনী বোলে মনে ই কথা ৰহিল।
কোনে ও নজানে কিছু হােৱে নিৰুপায় ।
পূর্ব্ব উপায়তো যদি শিশু নকান্দিল॥
লক্ষী বোলে কওঁ যি আছয় উপায় ।
তেন্তে কি কৰিব লাগে দিয়াহা শিকাই।
বালক ক লব "চিতে’ কোলাত শুৱাই ।
কোনেও নজানে কিছু হােৱে নিৰুপায়॥
লক্ষ্মী বোলে কওঁ যিবা আছয় উপায় ।
বালকক লব “চিতে’’ কোলাত শুৱাই॥
দুই হাতে দুই পার্শ্বে ধৰি তদন্তৰে।
দুই হাতে দুই পার্শ্বে ধৰি তদন্তৰে।
মুখে মুখ দিয়াফুক দিবেক ভিতৰে ।
মুখে মুখ দিয়াফুক দিবেক ভিতৰে॥
তাতে শিশু উদৰত বায়ু পূর্ণ হব।
তাতে শিশু উদৰত বায়ু পূর্ণ হব।
সেই কাৰণত শিশু নিশ্বাসক লব ॥
সেই কাৰণত শিশু নিশ্বাসক লব॥
বাৰ তিনি চাৰি এইকপ আচৰণে।
বাৰ তিনি চাৰি এইৰূপ আচৰণে।
নকান্দিগে আশা এৰিবেক তাৰ মনে।
নকান্দিলে আশা এৰিবেক তাৰ মনে॥
কিন্তু এই শেষ যত্ন আগে নকৰিব।
কিন্তু এই শেষ যত্ন আগে নকৰিব।
আগে যি কহিছে। আগে কৰিয়া দেখি।
আগে যি কহিছোঁ আগে কৰিয়া দেখিব॥
নকালি শিশু আৰু নিশ্বাস নলৈল।
নকান্দিল শিশু আৰু নিশ্বাস নলৈল।
এক পূর্ব বর্ণ ওছি নীল বর্ণ ভৈল ॥
আৰু পূর্ব্ব বর্ণ গুছি নীল বর্ণ ভৈল॥
তেন্তে নাভি মূলে তিনি আঙ্গুল উপৰি।
তেন্তে নাভি মূলে তিনি আঙ্গুল উপৰি।
ছেদিবেক নাড়ী তাক ৰন্ধন নকৰি ।
ছেদিবেক নাড়ী তাক বন্ধন নকৰি॥</poem>}}