পৃষ্ঠা:সূতিকা পটল.djvu/৫৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। এক-দুই-তিনিবাৰ জল ছিটা দিব। সজোৰে পড়..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||সূতিকা পটল।|৪১}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>এক-দুই-তিনিবাৰ জল ছিটা দিব।
সূতিকা পটল।
সজোৰে পড়িব জল কান্দিয়া উঠিব॥
এক-দুই-তিনিবাৰ জল ছিটা দিব।
তাতো যদি শিশু ৰৈল ক্রন্দন নকৰি।
সজোৰে পড়িব জল কালিয়া উঠিব।
শীতল জলক লব চড়িয়াত ভৰি॥
তাতে যদি শিশু ৰৈল ক্রন্দন নকৰি।
শীতল জলক লব চড়িয়াত ভৰি।
তাতে নিয়া বালকৰ গল পৰিমাণে।
তাতে নিয়া বালকৰ গল পৰিমাণে।
বেগে জোবৰাই তুলি লব সাৱধানে।
বেগে জোবৰাই তুলি লব সাৱধানে॥
তাতে সচকিত হয়। কান্দিয়া উঠিব।
তাতে সচকিত হুয়া কান্দিয়া উঠিব।
নাকান্দিলে জলে বহুৱাই দিব ।
নাকান্দিলে তপ্ত জলে বহুৱাই দিব॥
পুনঃ নিয়া শীতল জলত বহুৱাব।
পুনঃ নিয়া শীতল জলত বহুৱাব।
বাৰেক বা দুইবাৰ এইৰূপে চাব !
বাৰেক বা দুইবাৰ এইৰূপে চাব॥
তপজল দিব মাত্র নামত তপত।
তপ্তজল দিব মাত্র নামত তপত।
মাংস পিণ্ড বালকে সহিব পাৰে যত।
মাংস পিণ্ড বালকে সহিব পাৰে যত॥
ইত্যাদি কাৰণে শিশু কালে সবাকাৰ।
ইত্যাদি কাৰণে শিশু কালে সবাকাৰ।
যত্নৰ উপৰে দৈব মহাবল তাৰ।
যত্নৰ উপৰে দৈব মহাবল তাৰ॥</poem>}}
{{center|⸻⸻}}
সূতিকাগৃহ আবশ্যকীয়বস্তু।

সি কথা থাকোক প্ৰসৱৰ সময়ত।
{{center|'''সূতিকাগৃহৰ আবশ্যকীয় বস্তু।'''}}
গৃহে ৰাখিবাহ বিবা বস্তু যত যত ।

তপ্ত হিমাল দুই পাত্রে তিনে গোৱা।
{{Block center|<poem>সি কথা থাকোক প্ৰসৱৰ সময়ত।
তাধাৰ কেচি এক জোড়া গানি লোৱা
গৃহে ৰাখিবাহ যিবা বস্তু যত যত॥
পবি কাপৰ এৰুণ ধৈৰা আনি।
তপ্ত হিমজল দুই পাত্রে ভিনে থোৱা।
পাতল নিল এক ফুটানি
তীক্ষ্নধাৰ কেঁচি এক জোড়া আনি লোৱা॥
এটি পা পা পানী, )। পানী শানে।
কপাহি কাপৰ একখান থৈবা আনি।
পাতল নিৰ্ম্মল এক খণ্ড ফটাকানি॥</poem>}}
⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

এটি পাত্ৰত তপত পানী, আন এটিত (ঠাণ্ডা) ছেঁছা পানী থব লাগে৷