পৃষ্ঠা:সূতিকা পটল.djvu/৫৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। নাড়ী-ছেদন। তদন্তৰে শিশু যেবে কৰিল দ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
সমস্যাজৰ্জৰ
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৪০|সূতিকা পটল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|'''নাড়ী-ছেদন।'''}}
সূতিকা পটল।

নাড়ী-ছেদন।
তদন্তৰে শিশু যেবে কৰিল দেন।
{{Block center|<poem>তদন্তৰে শিশু যেবে কৰিল ৰোদন।
লক্ষ্মী বোলে কৰেী এবে নাড়ীক ছেদন ।
লক্ষ্মী বোলে কৰোঁ এবে নাড়ীক ছেদন॥
জন্ময় বালক নকায় যত কাল।
জন্মিয়া বালক নকান্দয় যত কাল।
সিকাল পর্যন্ত নাড়ীচ্ছেদ নােহে ভাল ।
সিকাল পর্য্যন্ত নাড়ীচ্ছেদ নােহে ভাল॥
জনম মৰণ দুই দুঃখ সমতুল।
জনম মৰণ দুই দুঃখ সমতুল।
যিবা দুঃখে জনমিছে এৰে ভৈল ভূল।
যিবা দুঃখে জনমিছোঁ এবে ভৈল ভূল॥
সেই প্রাণান্তিক দুঃথে ঘন শস কাঢ়ে।
সেই প্রাণান্তিক দুঃখে ঘন শ্বাস কাঢ়ে।
সি হেতু বালকে শুভ্র কান্দিতে নপাৰে ।
সি হেতু বালকে শীগ্ৰ কান্দিতে নপাৰে॥
ঘােৰ পৰিশ্রম সম বালকৰ কষ্ট।
ঘােৰ পৰিশ্রম সম বালকৰ কষ্ট।
দি কালে কাটিলে নাড়ী শিশু হােৱে নষ্ট।
সি কালে কাটিলে নাড়ী শিশু হােৱে নষ্ট॥
এতেকতে শিশু নয় যত কাল।
এতেকতে শিশু নকান্দয় যত কাল।
সি কালত নাড়ী কটিবাৰ নোহে ভাল।
সি কালত নাড়ী কটিবাৰ নোহে ভাল॥
বিনাকষ্টে ফি এত সরুষ
বিনাকষ্টে শীঘ্ৰ যি প্ৰসূতি প্ৰসৱয়৷
সিতো প্রসূতিৰ সুতে জন্মিয়া কান্দয়॥</poem>}}
সিতে। প্রতি মুতে বিয়া কাল।
{{center|⸻⸻}}
জন্মি নাকান্দিলে শিৎক্ত করার উপায়।

বলি কি
{{center|'''জন্মি নাকান্দিলে শিশুক কন্দুৱাবৰ উপায়।'''}}
কালাই বলা

জেতে মুখ খুলিৰেই।
যদি শিশু নকান্দে কান্দয়
চলে মূখে বির কিরণ পড়ি।