পৃষ্ঠা:সূতিকা পটল.djvu/৫৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। ৩৯ ক্রমে ক্রমান্বয়ে অঙ্গ সবে বাহিৰি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||সূতিকা পটল।|৩৯}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>ক্রমে ক্রমান্বয়ে অঙ্গ সবো বাহিৰিল।
সূতিকা পটল।
মােহিনীৰ পুত্ৰ আসি ভূমিষ্ঠ হইল॥</poem>}}
৩৯

ক্রমে ক্রমান্বয়ে অঙ্গ সবে বাহিৰিল।

মােহিনীৰ পুত্ৰ আদি ভূমিষ্ঠ হইল।
ভূমিষ্ঠ হলে কর্তব্য।
{{center|'''ভূমিষ্ঠ হলে কর্ত্তব্য।'''}}

লক্ষ্মী বােলে লক্ষ্মীপতি ৰাখিলেক মান।
{{Block center|<poem>লক্ষ্মী বােলে লক্ষ্মীপতি ৰাখিলেক মান।
কৰিল জগতপতি মােহিনী প্রাণ
কৰিল জগত-পতি মােহিনী প্রাণ॥
মােহিনীৰ পুত্ৰ দেখি সখী-সাদি গণে।
মােহিনীৰ পুত্ৰ দেখি সখী-সাজি গণে।
লোকাৰ পৰিল সবে আনন্দিত নে।
জোকাৰ পাৰিল সবে আনন্দিত মনে॥
লক্ষ্মী বোলে আছল কাৰ্যক মুভূলিবা।
লক্ষ্মী বোলে আছল কাৰ্য্যক নুভূলিবা।
উদৰৰ হত বিনােদিনী তুলিব।
উদৰৰ হাত বিনােদিনী নুতুলিবা॥
জননীৰ পাৰ্থভাগে বালকক থওঁ।
জননীৰ পাৰ্শ্বভাগে বালকক থওঁ।
শুনা কিয় থওঁ, তাৰ কাৰণক কওঁ ।
শুনা কিয় থওঁ, তাৰ কাৰণক কওঁ॥
দ্বাৰৰ সম্মুখ ভাগ শাৰ বিষয় ।
দ্বাৰৰ সম্মুখ ভাগ শঙ্কাৰ বিষয়।
প্রসৱৰ অৰুে কাৰৰ ৰষাৰ হয় ।
প্রসৱৰ অন্তে কাৰো ৰক্তস্ৰাৱ হয়॥
যদি সেই কাৰৰ সম্মুখে শিশু থয়।
যদি সেই দ্বাৰৰ সম্মুখে শিশু থয়।
নাকে মুখে কৰ্ণ ৰন্ধে পড়িতে পায়।
নাকে মুখে কৰ্ণ ৰন্ধ্ৰে পড়িতে পাৰয়॥
মোৰ অনুকৰণ কৰিবা ভবিষ্যতে।
মোৰ অনুকৰণ কৰিবা ভবিষ্যতে।
ইত্যাদি থাক সুভূলিবা কোনমতে।
ইত্যাদি কথাক নুভূলিবা কোনমতে॥
বালকৰ মুখত অসুলি এবেলা।
বালকৰ মুখত অঙ্গুলি প্ৰৱেশাওঁ।
লাল দোল আছে নাই মা তাক চাও।
লাল জোল আছে নাই মই তাক চাঁও॥
যদি আছে তেন্তে মর বাহিৰাও তাক।
যদি আছে তেন্তে ময় বাহিৰাওঁ তাক।
শিক্ষাৰ কাৰণে বিনােদিনী মেথি শাক
শিক্ষাৰ কাৰণে বিনােদিনী দেখি থাক॥</poem>}}