পৃষ্ঠা:সূতিকা পটল.djvu/৫২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। উভয় স্থানত ধৰি টান ধীৰে ধীৰে। ক্রমে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৩৮|সূতিকা পটল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

সূতিকা পটল।
উভয় স্থানত ধৰি টান ধীৰে ধীৰে।
{{Block center|<poem>উভয় স্থানত ধৰি টানা ধীৰে ধীৰে।
ক্রমে ক্রমে ক্রমে শিশু আসিব বাহিৰে
ক্রমে ক্রমে ক্রমে শিশু আসিব বাহিৰে*
সুত কিংবা প্রতি কাহাৰৰ কষ্ট নাই।
সুত কিংবা প্রসূতি কাহাৰো কষ্ট নাই।
উভয়ক ৰক্ষা কৰে সুশিক্ষিত ধাই ।
উভয়ক ৰক্ষা কৰে সুশিক্ষিতা ধাই॥
হস্তে উদৰক যদি হেঁচা দি নধৰে।
হস্তে উদৰক যদি হেঁচা দি নধৰে।
ৰক্ত শ্ৰৱিবাৰ শঙ্কা প্রসৱৰ পৰে।
ৰক্ত স্ৰৱিবাৰ শঙ্কা প্রসৱৰ পৰে॥</poem>}}
{{center|⸻⸻}}
স্কন্ধ বাহিৰ হােলে।

ইতো মধ্যে বালকৰ স্কন্ধ বাহিৰিল।
{{center|'''স্কন্ধ বাহিৰ হােলে।'''}}
লক্ষ্মী বিনােদিনী প্রতি আদেশ কৰিল।

দুই দ্বাৰ মধ্যস্থলে ৰাখা আগােত।
{{Block center|<poem>ইতো মধ্যে বালকৰ স্কন্ধ বাহিৰিল।
বামহাত উদৰ উপৰে নিয়া পাত ।
লক্ষ্মী বিনােদিনী প্রতি আদেশ কৰিল॥
দুই দ্বাৰ মধ্যস্থলে ৰাখা আগহাত।
বামহাত উদৰ উপৰে নিয়া পাত॥
হেঁচা দিয়া উদৰ ৰাখিবা সাৱধানে।
হেঁচা দিয়া উদৰ ৰাখিবা সাৱধানে।
নাদাঙিবা হাত ফুল নপড়ায় মানে ।।
নাদাঙিবা হাত ফুল নপড়য় মানে†॥
দুই হাত পাতি মই বালকক ধৰে।
দুই হাত পাতি মই বালকক ধৰোঁ।
অন্য যি কৰ্তব্য কৰ্ম্ম মই তাক কৰে।
অন্য যি কৰ্ত্তব্য কৰ্ম্ম মই তাক কৰোঁ॥
ঘা বাহিৰিলে উদৰত হেঁচা দিব ।
ঘাৰ বাহিৰিলে উদৰত হেঁচা দিব।
ফুল নপড় মানে হাতক নেৰিব ।
ফুল নপড়য় মানে হাতক নেৰিব॥</poem>}}

* এজনী তিৰােতাৰু গৰ্ভত হেঁচ। দি ধৰিব দি, অাশ্রণ'' নিজে এক
{{gap}}* এজনী তিৰােতাক গৰ্ভত হেঁচা দি ধৰিব দি, “আশ্রেণী’’ নিজে এক
হাতেৰে শিশুৰ ঘাড়ত আৰু অন হাতৰ দুই আঙ্গুলীৰে (বুড়া আৰু উজ্জন
হাতেৰে শিশুৰ ঘাড়ত আৰু আন হাতৰ দুই আঙ্গুলীৰে (বুড়া আৰু তৰ্জ্জনী
এই কামত সুবিধা হ’ৰকাখলিত ধৰি লাহোহে টানিলে এসৱ হ'ব।
এই কামত সুবিধা হ’ব) কাখতলিত ধৰি লাহেলাহে টানিলে প্ৰসৱ হ’ব।
+ শেচাৰ আৰু প্ৰসৱৰবাৰ দুয়োৰে মাজত অগহাতৰ ধৰি, 14

হাতেৰে পেটত চে। দি ধৰিব। অার ফুল নপৰে মানে হাত নানাব।
{{gap}}† শৌচদ্বাৰ আৰু প্ৰসৱৰদ্বাৰ দুয়োৰো মাজত অগহাতেৰে ধৰি, বাঁম
হাতেৰে পেটত হেচাঁ দি ধৰিব। আরু ফুল নপৰে মানে হাত নাদাঙিব।