পৃষ্ঠা:সূতিকা পটল.djvu/৫১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। ৩৭ মত টান দিলেপৰ তাত টান। ক্ষণমাত্রে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||সূতিকা পটল।|৩৭}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>মস্তকত টান দিলে পৰৈ তাত টান।
সূতিকা পটল।
ক্ষণমাত্রে বালকৰ নষ্ট হোৱে প্রাণ॥
৩৭
যদি সম্ভবৰ অতিৰিক্ত ভৈল কাল।
মত টান দিলেপৰ তাত টান।
মস্তক ওলাই ৰৈল নাভাঙে জঞ্জাল॥</poem>}}
ক্ষণমাত্রে বালক নষ্ট হহবে প্রাণ
{{center|⸺⸺}}
যদি সম্ভবৰ অতিৰিক্ত তৈল কাল ।

মস্তক ওলাই ৰৈল নাভাঙে জঞ্জাল।
মস্তক ওলাই
{{center|'''মস্তক ওলাই'''}}
প্রসৱৰ বিলম্ব হলে উপায়।
{{center|'''প্রসৱৰ বিলম্ব হলে উপায়'''}}

আৰে। তাতে এসৱৰ বেদনা এৰিল।
{{Block center|<poem>আৰো তাতে প্ৰসৱৰ বেদনা এৰিল।
তেন্তে শীঘ্র অন্য চেষ্টা কৰিব লাগিল ।
তেন্তে শীঘ্র অন্য চেষ্টা কৰিব লাগিল॥
বিলৰ কৰিলে শিশু অবশ্য মৰিব।
অকে জানি এই চেষ্টা অবশ্য কৰিব ।
বিলম্ব কৰিলে শিশু অবশ্য মৰিব।
বেছি অন্য চেষ্টা নাই সহজ উপাই
আকে জানি এই চেষ্টা অবশ্য কৰিব॥
বেছি অন্য চেষ্টা নাই সহজ উপাই।
গর্ভৰ উপথে হাত দিবেক ফুৰাই
গর্ভৰ উপৰে হাত দিবেক ফুৰাই
হাত ফুৰাইব ঘষি পিধি বাৰবাৰ।
হাত ফুৰাইব ঘষি পিষি বাৰংবাৰ।
প্ৰসৱৰ বেদনা হইব পুনৰ্বাৰ ।
প্ৰসৱৰ বেদনা হইব পুনৰ্ব্বাৰ॥
গৈল বিষ, হৈল বিষ নহে অদভুত।
গৈল বিষ, হৈল বিষ নহে অদভুত।
বেদনা হইলে শীঘ্ৰে প্ৰসৱিব সুত।
বেদনা হইলে শীঘ্ৰে প্ৰসৱিব সুত॥
যদি হাত ফুৰাইলে বিষ নধৰ।
যদি হাত ফুৰাইলে বিষ নধৰয়।
তেন্তে ইতাে উপায় কৰিতে যুক্তি হয় ।
তেন্তে ইতাে উপায় কৰিতে যুক্তি হয়॥
কি যুক্তি সি যুক্তি ময় কহো সাৰ কৰা।
কি যুক্তি সি যুক্তি ময় কহোঁ সাৰ কৰা।
অন্য স্ত্রী হতে গর্ভে হেঁচা দিয়া ধৰা ।
অন্য স্ত্রী হতে গর্ভে হেঁচা দিয়া ধৰা॥
নিজে এক হতে বালক বড়।
নিজে ধৰা এক হতে বালকৰ ঘাড়।
হস্তাঙ্গুলি রে কাতৰি ধৰা তাৰ।
হস্তাঙ্গুলি ধরে কাখতলি ধৰা তাৰ॥</poem>}}
পাদটীকা (noinclude):পাদটীকা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৪||}}