পৃষ্ঠা:সূতিকা পটল.djvu/৪৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। হিম দুগ্ধ হিম জল • মহা উপকাৰী। লিখিলে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||সূতিকা পটল।|৩১}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

সূতিকা পটল।
হিম দুগ্ধ হিম জল মহা উপকাৰী।
{{Block center|<poem>হিম দুগ্ধ হিম জল * মহা উপকাৰী।
লিখিলে পুস্তক যায় মিছাতেহে বাড়ি।
লিখিলে পুস্তক যায় মিছাতেহে বাড়ি॥
সি কালত তপত আহাৰ কৰাইলে।
সি কালত তপত আহাৰ কৰাইলে।
প্ৰসৱৰ পক্ষে প্রসূতিৰ কষ্ট মিলে।
প্ৰসৱৰ পক্ষে প্রসূতিৰ কষ্ট মিলে॥
তপত আহাৰ পালে ৰক্তার হয়।
তপত আহাৰ পালে ৰক্তস্ৰাৱ হয়।
সি সময়ে তপ্তাহাৰে কষ্টৰ সংশয় ।
সি সময়ে তপ্তাহাৰে কষ্টৰ সংশয়॥
প্রসূতি প্ৰসৱ কালে পিয়াসতে মৰে।
প্রসূতি প্ৰসৱ কালে পিয়াসতে মৰে।
সজল নয়নে জল খুজি পাৱে ধৰে।
সজল নয়নে জল খুজি পাৱে ধৰে॥
নিষ্ঠুৰ নির্দয় ধার্থী নেদেৱয় জল ।
নিষ্ঠুৰ নির্দয় ধাত্ৰী নেদেৱয় জল ।
কাকুতি মিনতি কৰে পিয়াসে বিকল ।
কাকুতি মিনতি কৰে পিয়াসে বিকল॥
সি সয়ে হিম দুগ্ধ কিংবা হিম জল।
সি সময়ে হিম দুগ্ধ কিংবা হিম জল।
দিবাহ। নির্ভয়ে বাঞ্ছা নকৰি বিকল ॥
দিবাহা নির্ভয়ে বাঞ্ছা নকৰি বিকল॥
হিম দুগ্ধ দিলে দুই উপকাৰ তাত ।
হিম দুগ্ধ দিলে দুই উপকাৰ তাত ।
পিপাসা তো হবে বলো পায় তাহাত এ
পিপাসা তো হৰে বলো পাৱয় তাহাত॥
ঈশ্বৰৰ মহিমাৰ কোনে পাৱে যন্ত।
ঈশ্বৰৰ মহিমাৰ কোনে পাৱে অন্ত।
এতেকে তেওৰ নাম দয়ালু অনন্ত
এতেকে তেঁওৰ নাম দয়ালু অনন্ত॥
চিনন্দে চিদানন্দ ৰাখহ সান।
চিদানন্দে চিদানন্দ ৰাখহ সানন্দ।
চিদানন্দ যাৰ নাই সেই নিৰানন্দ ।
চিদানন্দ যাৰ নাই সেই নিৰানন্দ॥
গােবিন্দৰ পদ চিন্তি গােবিন্দ দাস
গােবিন্দৰ পদ চিন্তি গােবিন্দ দাস৷
ৰচিলে পয়াৰ ইতে, নহবা নিৰাশ
ৰচিলে পয়াৰ ইতো, নহবা নিৰাশ</poem>}}
{{Css image crop
হিম দুগ্ধ, হিম আল-বৰ মিহলোৱা গাখীৰক হিম দুগ্ধ খাক
|Image = সূতিকা_পটল.djvu
বৰফৰপানীক হিম এল বুলিছে। গাওঁত এই এই বস্তুৰ অভাৱ ; তেনে
|Page = 45
খলত ৰৰ শতন পানী আৰু তপত গাখীৰ কৰি দিব পাৰি ।
|bSize = 393
|cWidth = 107
|cHeight = 24
|oTop = 465
|oLeft = 134
|Location = center
|Description =
}}
⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

{{gap}} * হিম দুগ্ধ, হিম জল-বৰফ মিহলোৱা গাখীৰক হিম দুগ্ধ আৰু
বৰফৰপানীক হিম জল বুলিছে। গাওঁত এই এই বস্তুৰ অভাৱ ; তেনে
থলত বৰ শীতল পানী আৰু তপত গাখীৰ কৰি দিব পাৰি ।