পৃষ্ঠা:সূতিকা পটল.djvu/৪৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সৃতিক পটল। দুগ্ধ তপতাই খুৱাইব মাজে মাজে । অৰয়ু খ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৩০|সূতিকা পটল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>দুগ্ধ তপতাই খুৱাইব মাজে মাজে ।
সৃতিক পটল।
জৰায়ু খুলিব শীঘ্ৰে জানা সিতো কাজে॥
দুগ্ধ তপতাই খুৱাইব মাজে মাজে ।
অৰয়ু খুলিব শীঘ্ৰে জান সিতে কাজে।
দুগ্ধ পান হেতু হইবেক বলাধান।
দুগ্ধ পান হেতু হইবেক বলাধান।
ইহাত সংশয় নকৰিবা কিছুমান।
ইহাত সংশয় নকৰিবা কিছুমান॥
কিন্তু সাৱধান জল ভাঙ্গিবাৰ পাছে।
কিন্তু সাৱধান জল ভাঙ্গিবাৰ পাছে।
দুগ্ধ পান কৰাইলে দোষ তাত আছে।
দুগ্ধ পান কৰাইলে দোষ তাত আছে॥</poem>}}
{{center|⸻⸻}}
যাৰ দুই তিন দিন প্রসৱ বেদনা হয়, তাক দিয়া আহাৰ।

আৰু এক কথা শুনিয়ােক বিনােদিনী।
{{center|'''যাৰ দুই তিন দিন প্রসৱ বেদনা হয়, তাক দিয়া আহাৰ।'''}}
বিতােজনে কষ্ট ভােগে দিন দুই তিনি

সিজনীকে। অনাহাৰে ৰাখে সিতো কাল :
{{Block center|<poem>আৰু এক কথা শুনিয়ােক বিনােদিনী।
পৰম দু গুণ ইতো প্রথা নেহে ভাল ।
বিতােজনে কষ্ট ভােগে দিন দুই তিনি
একে প্রশৱৰ বেদনাত যায় প্রাণ।
অনাহাৰে কি রূপে পাইব পৰিত্ৰাণ
সিজনীকো অনাহাৰে ৰাখে সিতো কাল৷
পৰম দুৰ্গুণ ইতো প্রথা নেহে ভাল॥
একে প্রসৱৰ বেদনাত যায় প্রাণ।
অনাহাৰে কি ৰূপে পাইব পৰিত্ৰাণ॥
আকে জানি লঘু পাক আহাৰক দিব।
আকে জানি লঘু পাক আহাৰক দিব।
তেবে সে প্রসূতি নিনিত প্রাণ জীৱ ।
তেবে সে প্রসূতি নিদানত প্রাণে জীৱ॥
ছাগু আৰকট এই মও আনি।
দুগ্ধ ছাগু আৰাৰুট খই মণ্ড আনি।
চেষ্টা কৰি দিব প্রসুতিৰ কষ্ট জানি।
চেষ্টা কৰি দিব প্রসূতিৰ কষ্ট জানি॥
অতো কিছু বিশেষ আছয় বুঝিবাক।
আতো কিছু বিশেষ আছয় বুঝিবাক।
বিশেষি কহিছে মনে ৰাখিব ইহাক।
বিশেষি কহিছোঁ মনে ৰাখিব ইহাক॥
প্রথম অবস্থা জল নাভাঙয় মানে।
প্রথম অৱস্থা জল নাভাঙয় মানে।
তপতাই আহাৰ দিবেক সাৱধানে।
তপতাই আহাৰ দিবেক সাৱধানে॥
দ্বিতীয় অবস্থা হয় জল ভাঙিলাত।
দ্বিতীয় অবস্থা হয় জল ভাঙিলাত।
শীত আহাৰ দিব সেই অবস্থা।
শীতল আহাৰ দিব সেই অৱস্থাত॥</poem>}}