পৃষ্ঠা:সূতিকা পটল.djvu/৪৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। ২১ প্রসৱৰ প্ৰথম অস্থা যত কাল। প্রতিয..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||সূতিকা পটল।|২৯}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>প্রসৱৰ প্ৰথম অৱস্থা যত কাল।
সূতিকা পটল।
প্রসূতিয়ে বল দিয়া যুক্তি নেহে ভাল॥
২১
প্রসৱৰ প্ৰথম অস্থা যত কাল।
প্রতিয়ে বল দিয়া যুক্তি নেহে ভাল।
জৰায়ুৰ দ্বাৰ যদি শীঘ্র নােহে মুক্ত।
জৰায়ুৰ দ্বাৰ যদি শীঘ্র নােহে মুক্ত।
কহে তাক শুনা কিবা কৰা উপযুক্ত।
কহোঁ তাক শুনা কিবা কৰা উপযুক্ত॥
হেনয় উপায় কৰিবাহা ভাবি চাই।
হেনয় উপায় কৰিবাহা ভাবি চাই।
আত পৰে অন্য ঔষধৰ কাৰ্য্য নাই।
আত পৰে অন্য ঔষধৰ কাৰ্য্য নাই॥
যি ৰূপে প্রসুতি উকিয়াৰৈ বাৰবাৰ।
যি ৰূপে প্রসূতি উকিয়াৱৈ বাৰংবাৰ।
কিন্তু বাস্তু নহৈ যেন চেষ্টা কৰা তাৰ ।
কিন্তু বান্ত নহৈ যেন চেষ্টা কৰা তাৰ॥
কুস্তুক মুখুৰাই ছিল কেশ আনি।
কুবস্তুক নুুখুৱাই ছিন্ন কেশ আনি।
পুৰি ঘ্রাণ লোৱাবা -কৰা হেতু জানি।
পুৰি ঘ্রাণ লোৱাবা “ও’’-কৰা হেতু জানি॥
ইত্যাকাৰ নানা যত্নে উকি হৈল যাৰ।
ইত্যাকাৰ নানা যত্নে উকি হৈল যাৰ।
জৰায়ুৰ দ্বাৰ মুক্ত হইব তাহাৰ *
জৰায়ুৰ দ্বাৰ মুক্ত হইব তাহাৰ *
প্রথম অৱস্থা কালে হােৱৈ তাতে ফল।
প্রথম অৱস্থা কালে হােৱৈ তাতে ফল।
তদন্তৰে দিলে হােৱৈ প্ৰসূতি দুর্বল।
তদন্তৰে দিলে হােৱৈ প্ৰসূতি দুর্ব্বল॥
দ্বিতীয় তৃতীয় অৱস্থাত আক জানি।
দ্বিতীয় তৃতীয় অৱস্থাত আক জানি।
ইতো কাৰ্য্য কৰি নকৰিব বল হানি।
ইতো কাৰ্য্য কৰি নকৰিব বল হানি॥
আবাে কোন পােৱাতীয়ে দৈব নিবন্ধনে।
আৰো কোন পােৱাতীয়ে দৈব নিবন্ধনে।
প্রথম অৱস্থাৰম্ভে উকিয়াৱৈ ঘনে।
প্রথম অৱস্থাৰম্ভে উকিয়াৱৈ ঘনে॥
ভয় নাই শীঘ্ৰ জৰায়ুৰ দ্বাৰ খুলে।
ভয় নাই শীঘ্ৰ জৰায়ুৰ দ্বাৰ খুলে।
নিশ্চয় জানিবা ভয় নাহিক সমূলে ।
নিশ্চয় জানিবা ভয় নাহিক সমূলে॥
প্রথম অৱস্থা কালে আছে এক যত্ন।
প্রথম অৱস্থা কালে আছে এক যত্ন।
অবলা দুর্বল। গর্ভিণীৰ পক্ষে ৰত্ন।
অবলা দুর্ব্বলা গর্ভিণীৰ পক্ষে ৰত্ন॥</poem>}}

সােশকালে অৰায়ুৰ বাৰ মুক্ত নই’লে উকি অহাৰ উপায় কৰিব লাগে।
* সােণকালে জৰায়ুৰ দ্বাৰ মুক্ত নহ’লে উকি অহাৰ উপায় কৰিব লাগে।
কিন্তু যাতে বমি হয় সেই বিষয় চকু দি ৰ। তাৰ বাবে কান দেয়। যন্ত
কিন্তু যাতে বমি নহয় সেই বিষয় চকু দিব। তাৰ বাবে আন বেয়া বস্তু
মুখুৰাই চিঙালি পুৰি তাৰ ধোৱাৰ গো লব দিলেই হয়।
নুখুৱাই চিঙা চুলি পুৰি তাৰ ধোঁৱাৰ গোন্ধ লব দিলেই হয়।
*