পৃষ্ঠা:সূতিকা পটল.djvu/৪০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল । লক্ষ্মী বােলে সিতে মন ; ততােধিক কৰে ।..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|২৬|সূতিকা পটল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

সূতিকা পটল ।
লক্ষ্মী বােলে সিতে মন ; ততােধিক কৰে ।
{{Block center|<poem>লক্ষ্মী বােলে সিতো মন্দ ; ততােধিক কৰে।
বল দিয়া দিয়া বুলি হুকি ডাবি ধৰে ।
বল দিয়া দিয়া বুলি হুকি ডাবি ধৰে॥
বলু দিয়া কিংবা বহা যুক্তি নহে ভাল।
বল দিয়া কিংবা বহা যুক্তি নহে ভাল।
কোন সময়ৰ কাৰ্য নুবুজয় কাল
কোন সময়ৰ কাৰ্য্য নুবুজয় কাল
পােৱাতীৰ প্ৰথম অৱস্থা যত কাল।
পােৱাতীৰ প্ৰথম অৱস্থা যত কাল।
তাত প্ৰসৱৰ যত্ন ই বড় জঞ্জাল ।
তাত প্ৰসৱৰ যত্ন ই বড় জঞ্জাল॥
বল দিলে প্রসবয় গর্ভিণীৰ সুত।
বল দিলে প্রসৱয় গর্ভিণীৰ সুত।
কোনে কোত শুনিছা হেনয় অদভুত ।
কোনে কোত শুনিছা হেনয় অদভুত॥
প্রথম অৱস্থা কালে দিয়া বহু বল।
প্রথম অৱস্থা কালে দিয়া বহু বল।
অবলা গর্ভিণী আৰৰ হােৱয় দুর্বল।
অবলা গর্ভিণী আৰো হােৱয় দুর্বল॥
দ্বিতীয় অবস্থা বল প্ৰকাশৰ কালে।
দ্বিতীয় অবস্থা বল প্ৰকাশৰ কালে।
বল প্রকাশিতে আৰ নপিৰয় ভালে।
বল প্রকাশিতে আৰ নপাৰয় ভালে॥
সেই হেতু প্রগৱৰ বিলম্ব হােয়।
সেই হেতু প্রসৱৰ বিলম্ব হােৱয়।
প্রথমে বলৰ এই ফণয়।
প্রথমে বলৰ এই কুফল ফলয়॥
এতেকতে প্রথম অবস্থা যত কাল।
এতেকতে প্রথম অৱস্থা যত কাল।
প্রসৱ হউক বুলি নকৰি জঞ্জাল।
প্রসৱ হউক বুলি নকৰি জঞ্জাল॥
মাজে মাজে দেখিবেক জৰায়ুৰ দ্বাৰ।
মাজে মাজে দেখিবেক জৰায়ুৰ দ্বাৰ।
বন্ধন মুকলি কোন অবস্থা তাহাৰ ।
বন্ধন মুকলি কোন অৱস্থা তাহাৰ॥
যদি বুজিলেক জৰায়ুৰ * দ্বাৰ মুক্ত।
যদি বুজিলেক জৰায়ুৰ * দ্বাৰ মুক্ত।
তেৱে প্ৰসৱৰ যত্ন কৰা যুক্তিযুক্ত ॥
তেৱে প্ৰসৱৰ যত্ন কৰা যুক্তিযুক্ত॥
জৰায়ুৰ দ্বাৰ মুক্ত জানিবেক যেৰে ।
জৰায়ুৰ দ্বাৰ মুক্ত জানিবেক যেৱে৷
দ্বিতীয় অবস্থা বুলি মানিলে তেৱে ।
দ্বিতীয় অৱস্থা বুলি মানিলেক তেৱে॥</poem>}}

জৰ যুগৰ যি তাগত সন্তান থাকে সেই ভাগৰ নাম ৰাযু
* জৰায়ু— গৰ্ভৰ যি ভাগত সন্তান থাকে সেই ভাগৰ নাম জৰায়ু৷