পৃষ্ঠা:সূতিকা পটল.djvu/৩৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। গৰ্ভত মৰিলে শিশু চিঃ কিবা হয়। তাকে ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|২২|সূতিকা পটল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>গৰ্ভত মৰিলে শিশু চিহ্ন কিবা হয়।
সূতিকা পটল।
তাকো বিনােদিনীৰ প্ৰশ্নত লক্ষ্মী কয়
গৰ্ভত মৰিলে শিশু চিঃ কিবা হয়।
তাকে বিনােদিনীৰ প্ৰশ্নত লক্ষ্মী কয়
জীৱিত থাকিলে শিশু লড়ে উদৰত।
জীৱিত থাকিলে শিশু লড়ে উদৰত।
নলড়য় শিশু জানা মৃত্যু কাৰণত ॥
নলড়য় শিশু জানা মৃত্যু কাৰণত॥
আৰু এক চিহু শুন স্নান হুয়া যাই।
আৰু এক চিহ্ন স্তন ম্লান হুয়া যাই।
দুগ্ধভাৰ থকন সদৃশ পুষ্ট নাই ।
দুগ্ধভাৰ থাকন সদৃশ পুষ্ট নাই॥
তৃতীয় স্তনৰ পৰা দুগ্ধ নপৰয়।
তৃতীয় স্তনৰ পৰা দুগ্ধ নপৰয়।
গৰ্ভত মৰিলে শিশু এই চিহু হয়
গৰ্ভত মৰিলে শিশু এই চিহ্ন হয়॥
বিনােদিনী বােলে ইতেকথা এৰিথােৰা।
বিনােদিনী বােলে ইতোকথা এৰিথােৱা।
কোনোৰূপে মােহিনী প্ৰসৱে তাক কোৱা।
কোনোৰূপে মােহিনী প্ৰসৱে তাক কোৱা॥
লক্ষ্মীয়ে দেখিয়া বৃলিল ভয় নাই।
লক্ষ্মীয়ে দেখিয়া বুলিলন্ত ভয় নাই।
শিশুৰ মস্তক অাগে বাহিৰিব পাই ।
শিশুৰ মস্তক আগে বাহিৰিব পাই॥
এহি বুলি লক্ষ্মীৰূপ লক্ষ্মী মৌনী ভৈলা।
এহি বুলি লক্ষ্মীৰূপা লক্ষ্মী মৌনী ভৈলা।
বিনােদিনী পুনৰপি কহিবাক লৈল।
বিনােদিনী পুনৰপি কহিবাক লৈলা॥
অন্য কথ বৃথা সত্য গোবিন্দৰ পদ।
অন্য কথা বৃথা সত্য গোবিন্দৰ পদ।
লক্ষ্মী বােলে বৃথা নহে গােবিন্দৰ পদ ।
লক্ষ্মী বােলে বৃথা নহে গােবিন্দৰ পদ॥</poem>}}
{{Css image crop
প্রসৱৰ তাবস্থা বিভাগ
|Image = সূতিকা_পটল.djvu
বিনােদিনী বােলে ধাই, কি কৰিবা কৰা যাই,
|Page = 36
অন্য কথা শুধিববাহে। পাছে।
|bSize = 393
লক্ষী বোলে আহা যাও,
|cWidth = 158
প্ৰসৱ অবস্থা চাওঁ,
|cHeight = 18
কোন ভাগ অৱস্থাত আছে।
|oTop = 390
বিনােদিনী লক্ষ্মী দুই,
|oLeft = 143
চলিল সাৰি হুই,
|Location = center
যুগল হংসিনী যেন চলে।
|Description =
}}

{{center|{{Xx-larger|প্রসৱৰ অবস্থা বিভাগ৷}}}}

{{Block center|<poem>বিনােদিনী বােলে ধাই,{{gap|2em}} কি কৰিবা কৰা যাই,
{{gap|4em}}অন্য কথা শুধিবোহোঁ পাছে।
লক্ষী বোলে আহা যাও,{{gap|2em}}প্ৰসৱ অবস্থা চাওঁ,
{{gap|4em}}কোন ভাগ অৱস্থাত আছে॥
বিনােদিনী লক্ষ্মী দুই,{{gap|2em}}চলিলন্ত সাৰি হুই,
{{gap|4em}}যুগল হংসিনী যেন চলে।</poem>}}