পৃষ্ঠা:সূতিকা পটল.djvu/৩৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। ২১ তাক প্ৰসৱৰ যিব যিবা যত্ন আছে। তােম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||সূতিকা পটল।|২১}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

সূতিকা পটল।
{{Block center|<poem>তাক প্ৰসৱৰ যিবা যিবা যত্ন আছে।
২১
তােমাক বুঝাই ময় কহিবোঁহোঁ পাছে॥
তাক প্ৰসৱৰ যিব যিবা যত্ন আছে।
জননীৰ পীড়াকালে যদি প্ৰসৱয়।
তােমাক বুঝাই ময় কহিবেহে। পাছে
হস্তাদি নিৰ্গম পক্ষে সেইৰূপ হয়॥
জননীৰ পীড়াকালে যদি প্ৰসৱয় ।
প্ৰসৱৰ পীড়াৰম্ভে যদি অকস্মাৎ।
হস্তাদি নিৰ্গম পক্ষে সেইরূপ হয়।
জলভাঙ্গে তেন্তে বাহিৰয় পাও হাত॥
প্ৰসৱৰ পীড়াৰম্ভে যদি অফাৎ।
জলভাগে তেন্তে বাহিৰয় পাও হাত ।
গর্ভ পঞ্চ মাস গত হৈলে গৰ্ভৱতী।
গর্ভ পঞ্চ মাস গত হৈলে গৰ্ভৱতী।
দূৰস্থানে যাইবা নাহি অনুমতি ।
দূৰস্থানে যাইবাক নাহি অনুমতি॥
তাতো সন্তান হত পদ বাহিৰয় ।
তাতো সন্তান হস্ত পদ বাহিৰয়।
দেখিছে। প্রত্যক্ষ তুমি কৰিবা প্রত্যয়।
দেখিছোঁ প্রত্যক্ষ তুমি কৰিবা প্রত্যয়॥
তৃতীয় মাস পূর্বে পঞ্চ মাস পৰে।
তৃতীয় মাসৰ পূর্ব্বে পঞ্চ মাস পৰে।
নব গভিনী দূৰে থাকিবেক ঘৰে।
নযাব গৰ্ভিনী দূৰে থাকিবেক ঘৰে॥</poem>}}
{{center|⸻⸻⸻}}
গৰ্ভত সন্তান মৃত্যুৰ লক্ষণ ও উপায়।

বিনােদিনী শোধয় লক্ষ্মীত ইতে। কথা।
{{center|{{X-larger|গৰ্ভত সন্তান মৃত্যুৰ লক্ষণ ও উপায়।}}}}
গর্ভে মৃত শিশু প্ৰসৱয় কিবা প্রথা।

লক্ষীয়ে কংন্ত মৃত্যুমাত্রে মুক্ত নহে।
{{Block center|<poem>বিনােদিনী শোধয় লক্ষ্মীত ইতো কথা।
কিছুকাল পােৱাতি কষ্টৰ ভাৰ বহে।
গর্ভে মৃত শিশু প্ৰসৱয় কিবা প্রথা॥
কিন্তু কৃপাময় প্রভু দয়াৰ নিদান ।
লক্ষীয়ে কহন্ত মৃত্যুমাত্রে মুক্ত নহে।
শীঘ্ৰ প্ৰসৱৰ কৰি আছয় বিধান।
কিছুকাল পােৱাতি কষ্টৰ ভাৰ বহে॥
কিন্তু কৃপাময় প্রভু দয়াৰ নিদান৷
শীঘ্ৰ প্ৰসৱৰ কৰি আছয় বিধান॥
গর্ভে মৃত শিশু যদি থাকে কিছুদিন।
গর্ভে মৃত শিশু যদি থাকে কিছুদিন।
অতিকঃ পোৱাতিৰ হোৱে শক্তি হীন
অতিকষ্ট পোৱাতিৰ হোৱে শক্তি হীন॥
এতেকে বিল নকৰিব আৰু জানি।
এতেকে বিলম্ব নকৰিব আৰু জানি।
প্রসৱ কৰাব বিজ্ঞতমা ধাই আনি॥</poem>}}
প্রসৰ কৰাব বিজ্ঞতা থাই আনি ।