পৃষ্ঠা:সূতিকা পটল.djvu/৩৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। আগে হাত বাহিৰতে নহে নিৰুপাই। দিব সেই..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||সূতিকা পটল।|১৯}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

সূতিকা পটল।
আগে হাত বাহিৰতে নহে নিৰুপাই।
{{Block center|<poem>আগে হাত বাহিৰাতো নহে নিৰুপাই।
দিব সেই হাত যত্নে গর্ভে প্রবেশাই
দিব সেই হাত যত্নে গর্ভে প্রবেশাই॥
গর্ভৰ ভিতৰে তাৰ দুই পায়ে ধৰি।
গর্ভৰ ভিতৰে তাৰ দুই পায়ে ধৰি।
ঘুৰাই আনিব অধঃ অনুক্ৰম কৰি।
ঘুৰাই আনিব অধঃ অনুক্ৰম কৰি॥
ই বিষয় বিস্তাৰিত কহিবে পশ্চাৎ।
ই বিষয় বিস্তাৰিত কহিবোঁ পশ্চাৎ।
সবিস্তাৰে বুকাইবো বুঝিবাহা তাত
সবিস্তাৰে বুঝাইবোঁ বুঝিবাহা তাত॥</poem>}}
{{center|⸻⸻⸻}}
শিৰ পদ হস্ত কি আগে বাহিৰ হৰ

জানিবৰ উপায়।
{{center|{{X-larger|শিৰ পদ হস্ত কি আগে বাহিৰ হব}}}}
বিনোদিনী বিনয়ে শুধিলা লক্ষ্মীপ্রতি।
{{center|{{X-larger|জানিবৰ উপায়।}}}}
অক এক কথা মােত কহা গুণৱতী ।

{{Block center|<poem>বিনোদিনী বিনয়ে শুধিলা লক্ষ্মীপ্রতি।
আৰু এক কথা মােত কহা গুণৱতী॥
হাত পদ মস্তক কি বাহিৰিব আগে।
হাত পদ মস্তক কি বাহিৰিব আগে।
কিৰূপে জানাহা তাক কহিবাক লাগে ।
কিৰূপে জানাহা তাক কহিবাক লাগে॥
থাকে শিশু মাতৃৰ উৰ অন্ধকূপে ।
থাকে শিশু মাতৃৰ উদৰ অন্ধকূপে৷
উপৰত দিয়া হাত কবাহা কিকপে ।
উপৰত দিয়া হাত কৰাহা কিৰূপে॥
লক্ষী বোলে অতি অল্প বুঝিবা ইহক।
লক্ষ্মী বোলে অতি অল্প বুঝিবা ইহক।
তুমি মােৰ প্রিয় ময় বোলোইে। তোমাক
তুমি মােৰ প্রিয় ময় বোলোঁহোঁ তোমাক॥
প্ৰসৱৰ পূৰ্বে শিশু গৰ্ভৰ ভিতৰে।
প্ৰসৱৰ পূৰ্ব্বে শিশু গৰ্ভৰ ভিতৰে।
ঈশ্বব ইচ্ছায় প্রসৱৰ হেতু লড়ে
ঈশ্বৰ ইচ্ছায় প্রসৱৰ হেতু লড়ে॥
বাম কুকি ভাৰ আহিনৰ কুক্ষি লড়ে।
বাম কুক্ষি ভাৰ ডাহিনৰ কুক্ষি লড়ে।
মস্তক বাহিৰি শিশু পৃথিবীত পড়ে
মস্তক বাহিৰি শিশু পৃথিবীত পড়ে॥
বাম কুক্ষি লড়ে ডাহিনৰ কুলি ভাৰ।
বাম কুক্ষি লড়ে ডাহিনৰ কুক্ষি ভাৰ।
পাও বাহিৰিয়া শিশু জন্মে সাৰে সাৰ।
পাও বাহিৰিয়া শিশু জন্মে সাৰে সাৰ॥
</poem>}}