পৃষ্ঠা:সূতিকা পটল.djvu/৩২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৮ সূতিকা পটল। হাতৰ নখৰ ধাৰ কাটিব সুন্দৰে। কিবা হ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|১৮|সূতিকা পটল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

১৮
{{Block center|<poem>হাতৰ নখৰ ধাৰ কাটিব সুন্দৰে।
সূতিকা পটল।
কিবা হাত দিব লাগে গৰ্ভৰ ভিতৰে॥
হাতৰ নখৰ ধাৰ কাটিব সুন্দৰে।
গর্ভে সন্তানৰ থিতিথল যি খণ্ডত।
কিবা হাত দিব লাগে গর্জৰ ভিতৰে।
নখাঘাতে পাৱৈ কষ্ট পােৱাতি অন্তত॥
গর্ভে সন্তানৰ থিতিথল ঘি খণ্ডত।
নখাঘাতে পাৰৈ কষ্ট পােৱাতি অন্তত ।
তাৰ পৰে গর্ভিণীৰ গর্ত পৰীক্ষিব।
তাৰ পৰে গর্ভিণীৰ গর্ত পৰীক্ষিব।
কি ভাজে সন্তান আছে তাহাক বুঝিব।
কি ভাঁজে সন্তান আছে তাহাক বুঝিব॥
অধঃ কিংবা উন্ধে শিৰ কৰিয়া অছিয়।
অধঃ কিংবা উৰ্দ্ধে শিৰ কৰিয়া আছয়।
কিংবা পথালিয়ে আছে বুঝিব লগয় ।
কিংবা পথালিয়ে আছে বুঝিব লাগয়॥
যদি গর্ভে অপােভাগে মস্তক থাকয়।
যদি গর্ভে অধোভাগে মস্তক থাকয়।
প্রথমে মস্তক বাহিৰিয়া প্ৰসৱয়।
প্রথমে মস্তক বাহিৰিয়া প্ৰসৱয়॥
যদি বালকৰ শিৰ থাকে উৰ্দ্ধ ভাগে।
যদি বালকৰ শিৰ থাকে উৰ্দ্ধ ভাগে।
দিতো সন্তানৰ পৰ বাহিৰয় আগে ।
সিতো সন্তানৰ পদ বাহিৰয় আগে॥
থালি থাকিলে হাত আগে বাহিৰয়।
পথালি থাকিলে হাত আগে বাহিৰয়।
দুর্ভাগ্যতে কাৰো কদাচিত হেন হয়।
দুর্ভাগ্যতে কাৰো কদাচিত হেন হয়॥</poem>}}

প্রথমে হাত ওলালে কি কর্তব্য।
{{center|⸺⸺⸺}}
যদি পথালিয়া শিশু মুঘুৰে আপুনি।

হাত দিয়া ঘুৰাইয়া দিবো আচৰণী
{{center|{{X-larger|প্রথমে হাত ওলালে কি কর্ত্তব্য।}}}}
নকৰিলে ইতো কর্ম পােৱাতি মৰয়।

পথালি শিশুৰ ইতো ভয়ঙ্কৰ ভয়।
{{Block center|<poem>যদি পথালিয়া শিশু নুঘুৰে আপুনি।
হাত দিয়া ঘুৰাইয়া দিবো আচৰণী *॥
নকৰিলে ইতো কর্ম্ম পােৱাতি মৰয়।
পথালি শিশুৰ ইতো ভয়ঙ্কৰ ভয়॥
প্রথমে শিশুৰ যদি হাত বাহিৰয়।
প্রথমে শিশুৰ যদি হাত বাহিৰয়।
গর্ভে নিয়া সেই হাত থৈবাক লাগয়।
গর্ভে নিয়া সেই হাত থৈবাক লাগয়॥</poem>}}
⸺⸺⸻⸻⸻⸻⸻⸺⸻⸻⸻⸻⸻⸺⸻⸺⸻⸺⸺⸺⸻
বা আশ্রেণ-এসৱৰ সময়ত পােৱাতীক সহায় কৰা তিৰোই
* আচৰণী বা আশ্রেণী—প্ৰসৱৰ সময়ত পােৱাতীক সহায় কৰা তিৰোতা