পৃষ্ঠা:Bilati Pitha.pdf/১৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
নিজে খোজকঢ়া জোতা
<center>{{Xx-larger|'''নিজে খোজকঢ়া জোতা'''}}</center>

গোলাই আছিল নামজুলা যাদুকৰ। তাৰ আপোন বুলিবলৈ
{{gap}}গোলাই আছিল নামজুলা যাদুকৰ। তাৰ আপোন বুলিবলৈ
সংসাৰত একেটি মাথোন পুতেক ভোলাই। গোলাই মৰিবৰ সময়ত
সংসাৰত একেটি মাথোন পুতেক ভোলাই। গোলাই মৰিবৰ সময়ত
পুতেক ভোলাইক মাতি আনি কলে— “বোপাই, মোৰ মৰণৰ সময়
পুতেক ভোলাইক মাতি আনি কলে— “বোপাই, মোৰ মৰণৰ সময়
৮ নং শাৰী: ৯ নং শাৰী:
ললে। ভোলায়ে পিতাকৰ শৱটো নি খৰি দিলেগৈ। পিতাক মৰাৰ
ললে। ভোলায়ে পিতাকৰ শৱটো নি খৰি দিলেগৈ। পিতাক মৰাৰ
পাছৰপৰা এই বহল সংসাৰখনত সি একেবাৰে অকলশৰীয়া হল।
পাছৰপৰা এই বহল সংসাৰখনত সি একেবাৰে অকলশৰীয়া হল।

সেইদিনা তাৰ পোন্ধৰ বছৰীয়া জন্মতিথি। গধূলি সেইদিনা সি
{{gap}}সেইদিনা তাৰ পোন্ধৰ বছৰীয়া জন্মতিথি। গধূলি সেইদিনা সি
তাৰ নলে-গলে লগা বন্ধু নদাইক খাবলৈ মাতিছে। নদায়ে বাতৰি
তাৰ নলে-গলে লগা বন্ধু নদাইক খাবলৈ মাতিছে। নদায়ে বাতৰি
পঠিয়ালে— “মই ইমান দূৰ বাট খোজকাঢ়ি যাব নোৱাৰো। তোমাৰ
পঠিয়ালে— “মই ইমান দূৰ বাট খোজকাঢ়ি যাব নোৱাৰো। তোমাৰ
১৪ নং শাৰী: ১৬ নং শাৰী:
ভোলায়ে নদাইৰ ঘৰলৈ জোতাযোৰ যাবলৈ দি, সি নিজে ৰন্ধা বঢ়া
ভোলায়ে নদাইৰ ঘৰলৈ জোতাযোৰ যাবলৈ দি, সি নিজে ৰন্ধা বঢ়া
কামত লাগিল। ভোলায়ে ভালকৈ ৰান্ধিব জানে। সি পোলাও, খিচিৰি,
কামত লাগিল। ভোলায়ে ভালকৈ ৰান্ধিব জানে। সি পোলাও, খিচিৰি,
আলুগুটিৰ ডম, মাছৰ টেঙা, আদখৰীয়া, খৰিকা দিয়া, অলপমান
আলুগুটিৰ ডম্, মাছৰ টেঙা, আদখৰীয়া, খৰিকা দিয়া, অলপমান
খাৰৰ আঞ্জা, বিধে বিধে বহালে আৰু সেইদৰে বাঢ়ি ভাগে ভাগে
খাৰৰ আঞ্জা, বিধে বিধে বহালে আৰু সেইদৰে বাঢ়ি ভাগে ভাগে
নমাই থৈ নদাইলৈ বাট চালে।
নমাই থৈ নদাইলৈ বাট চালে।

ৰাতি বহুত হ’ল, নদাই নাহিল। ইবাৰ এটা শব্দ শুনি নাই
{{gap}}ৰাতি বহুত হ’ল, নদাই নাহিল। ইবাৰ এটা শব্দ শুনি নাই
আহিছে বুলি উঠি গৈ চায়, নদাই নাই। সিবাৰ দুৱাৰত খিৰিক্‌ কৰা
আহিছে বুলি উঠি গৈ চায়, নদাই নাই। সিবাৰ দুৱাৰত খিৰিক্‌ কৰা
শুনি উঠি গৈ চায়, নদাই নাই। ৰৈ ৰৈ তাৰ ৰান্ধনি ঘৰতে টোপনি
শুনি উঠি গৈ চায়, নদাই নাই। ৰৈ ৰৈ তাৰ ৰান্ধনি ঘৰতে টোপনি