পৃষ্ঠা:Bilati Pitha.pdf/১৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
Joli (আলোচনা | বৰঙণি)
No edit summary

পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১৯ নং শাৰী: ১৯ নং শাৰী:
{{gap|6em}}পঠাই অকণ মৌ।’</poem>}}
{{gap|6em}}পঠাই অকণ মৌ।’</poem>}}
বনৰজাৰ জিভাৰ পানী পৰিল। সি সুধিলে- ‘তোমাৰ
বনৰজাৰ জিভাৰ পানী পৰিল। সি সুধিলে- ‘তোমাৰ
বুঢ়ীমাৰ ঘৰনো কেনেকুৱা?’
বুঢ়ীমাৰ ঘৰনো কেনেকুৱা?’

{{gap}}নুমলীয়ে হাঁহি হাঁহি অঙ্গি-ভঙ্গি কৰি আঙুলিয়াই দেখুৱালে—
{{gap}}নুমলীয়ে হাঁহি হাঁহি অঙ্গি-ভঙ্গি কৰি আঙুলিয়াই দেখুৱালে—
‘সৌটি, সৌটি! হাতী দাঁতৰ ৰুৱা; ৰদ জিলিকে পুৱা।”
‘সৌটি, সৌটি! হাতী দাঁতৰ ৰুৱা; ৰদ জিলিকে পুৱা।”

{{gap}}বনৰজাই ‘বা-ৰু' বুলি শলাগি বেগাবেগিকৈ আন এটা বাটে
{{gap}}বনৰজাই ‘বা-ৰু' বুলি শলাগি বেগাবেগিকৈ আন এটা বাটে
গৈ নুমলীৰ বুঢ়ীমাকৰ ঘৰ ওলালগৈ। সি লাহে লাহে দুৱাৰত
গৈ নুমলীৰ বুঢ়ীমাকৰ ঘৰ ওলালগৈ। সি লাহে লাহে দুৱাৰত
টুকুৰিয়াবলৈ ধৰিলে। নুমলীৰ বুঢ়ী মাকে পাটিত পৰি থাকি সুধিলে
টুকুৰিয়াবলৈ ধৰিলে। নুমলীৰ বুঢ়ী মাকে পাটিত পৰি থাকি সুধিলে
‘কোন সেয়া?
‘কোন সেয়া?

{{gap}}বনৰজাই কলে—‘মই নুমলী।’
{{gap}}বনৰজাই কলে—‘মই নুমলী।’

{{gap}}বুঢ়ী- ‘ক’ৰ নুমলী?
{{gap}}বুঢ়ী- ‘ক’ৰ নুমলী?

{{gap}}বনৰজা— তোমাৰ নাতিনীয়েৰা।
{{gap}}বনৰজা— তোমাৰ নাতিনীয়েৰা।