পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/১৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{dhr}}

{{center|{{x-larger|'''আখৰৰ আদি কথা'''}}}}

{{center|{{Xx-larger|আখৰৰ আদি কথা}}}}


{{gap}}আমাৰ পৃথিবীখন একালত আজিৰ নিচিনা মানুহে দুনুহে ভৰা চালে চকুৰোৱা
{{gap}}আমাৰ পৃথিবীখন একালত আজিৰ নিচিনা মানুহে দুনুহে ভৰা চালে চকুৰোৱা
১২ নং শাৰী: ১১ নং শাৰী:
পৰ্ব্বতৰ গুহাত, গছৰ ধোন্দত, ফল-মূল আৰু কেচা মঙহ খাই জীৱন ধাৰণ কৰিছিল।
পৰ্ব্বতৰ গুহাত, গছৰ ধোন্দত, ফল-মূল আৰু কেচা মঙহ খাই জীৱন ধাৰণ কৰিছিল।


{{gap}}এনেদৰে বহুদিন গ'ল। ক্ৰমবৰ্দ্ধমান মানুহৰ মাজত সভ্যতাই পোখা মেলিলে।
{{gap}}এনেদৰে বহুদিন গ’ল। ক্ৰমবৰ্দ্ধমান মানুহৰ মাজত সভ্যতাই পোখা মেলিলে।
কেচা মঙহ খাবলৈ এৰি সিজাই বা পুৰি খাবলৈ ধৰিলে। নাঙঠ হৈ থাকিবলৈ লাজ
কেচা মঙহ খাবলৈ এৰি সিজাই বা পুৰি খাবলৈ ধৰিলে। নাঙঠ হৈ থাকিবলৈ লাজ
পোৱা হ’ল৷ লজ্জা নিবাৰণ কৰিবলৈ জন্তুৰ চাল আৰু গছৰ বাকলি পিন্ধিবলৈ ধৰিলে।
পোৱা হ’ল। লজ্জা নিবাৰণ কৰিবলৈ জন্তুৰ চাল আৰু গছৰ বাকলি পিন্ধিবলৈ ধৰিলে।
থাকিবলৈ ঘৰ সাজিবলৈ ললে। আহাৰৰ বাবে ফচল ৰোৱাৰ দিহা কৰিলে। লাহে লাহে
থাকিবলৈ ঘৰ সাজিবলৈ ললে। আহাৰৰ বাবে ফচল ৰোৱাৰ দিহা কৰিলে। লাহে লাহে
নানান চিন্তাই মনত জুমুৰি দি ধৰিলে। ন-ন তথ্য উদভাবন কৰিলে। কিমান দিন
নানান চিন্তাই মনত জুমুৰি দি ধৰিলে। ন-ন তথ্য উদ্‌ভাবন কৰিলে। কিমান দিন
ইঙ্গিতেৰে কথা পাতি থাকিব? ভঙ্গীৰে বুজোৱা ভাববোৰ স্থায়ী নহয়। আজি
ইঙ্গিতেৰে কথা পাতি থাকিব? ভঙ্গীৰে বুজোৱা ভাববোৰ স্থায়ী নহয়। আজি
দেখুৱা ভঙ্গীবোৰ কাইলৈ পাহৰি যায়।
দেখুৱা ভঙ্গীবোৰ কাইলৈ পাহৰি যায়।
২২ নং শাৰী: ২১ নং শাৰী:
{{gap}}মনৰ ভাব প্ৰকাশ কৰিবলৈ ভাষাৰ প্ৰয়োজন হ’ল। বিভিন্ন গোষ্ঠীৰ মানুহৰ
{{gap}}মনৰ ভাব প্ৰকাশ কৰিবলৈ ভাষাৰ প্ৰয়োজন হ’ল। বিভিন্ন গোষ্ঠীৰ মানুহৰ
মাজত বিভিন্ন ভাষাৰ সৃষ্টি হ’ল। যেতিয়া ভাষাৰ সৃষ্টি হ’ল মনৰ ভাব প্ৰকাশ
মাজত বিভিন্ন ভাষাৰ সৃষ্টি হ’ল। যেতিয়া ভাষাৰ সৃষ্টি হ’ল মনৰ ভাব প্ৰকাশ
কৰিবলৈ সুবিধা হ'ল। নিজস্ব ভাষাৰ মাধ্যমেৰে মানুহে কথা কবলৈ ধৰিলে।
কৰিবলৈ সুবিধা হ’ল। নিজস্ব ভাষাৰ মাধ্যমেৰে মানুহে কথা কবলৈ ধৰিলে।


{{gap}}লিপিবদ্ধ কৰিলে ভাববোৰ যে, স্থায়ী হয় এই কথা বহুদিন পিচতহে মানুহৰ
{{gap}}লিপিবদ্ধ কৰিলে ভাববোৰ যে স্থায়ী হয় এই কথা বহুদিন পিচতহে মানুহৰ