পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/২৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "| ১৫ ] আখৰৰ ওপৰ শ্ৰেণীৰ সকলে ছাত্ৰ-ছাত্ৰীয়ে ”ৰ আখৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{center|[ ১৫ ]}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
ওপৰ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ১/৪″ৰ আখৰ লিখব লাগে। হাইস্কুল পৰ্য্যায়ৰ
| ১৫ ]
ছাত্ৰ-ছাত্ৰীয়ে ১/৪″তকৈ ডাঙৰ আখৰ লিখিব নালাগে। আখৰ যিমানে সৰুকে লিখা
আখৰৰ
ওপৰ শ্ৰেণীৰ সকলে ছাত্ৰ-ছাত্ৰীয়ে ”ৰ আখৰ লিখব লাগে। হাইস্কুল পৰ্যায়ৰ
ছাত্ৰ ছাত্ৰীয়ে তকৈ ডাঙৰ আখৰ লিখিব নালাগে। আখৰ যিমানে সৰুকে লিখ।
যায় সিমানে খৰকৈ বেছি আখৰ লিখিব পাৰি।
যায় সিমানে খৰকৈ বেছি আখৰ লিখিব পাৰি।

বহা পদ্ধতিৰ ওপৰতো
ভাল বেয়া নিৰ্ভৰ কৰে। ডিঙি বেক
{{gap}}বহা পদ্ধতিৰ ওপৰতো আখৰৰ ভাল বেয়া নিৰ্ভৰ কৰে। ডিঙি বেকা
কৰি বা পিঠি কুজা কৰি লিখিব নালাগে। লিথাৰ সময়ত মেৰুদণ্ড পোণ কৰি
কৰি বা পিঠি কুজা কৰি লিখিব নালাগে। লিখাৰ সময়ত মেৰুদণ্ড পোণ কৰি
বহিব লাগে। লিখা চিলট বা বহী গাৰ পৰা ১ ফুট অতি ৰাখিব লাগে।
বহিব লাগে। লিখা চিলট বা বহী গাৰ পৰা ১ ফুট অতি ৰাখিব লাগে। শুই
বা পেট পেলাই লিখা বেয়া অভ্যাস। ডিঙি বেৰ্ক। কৰি মূৰ গোঙ্গা মাৰি লিখা
বা পেট পেলাই লিখা বেয়া অভ্যাস। ডিঙি বেঁকা কৰি মূৰ গোজা মাৰি লিখা
অভ্যাসে চকু বেয়া কৰে।
অভ্যাসে চকু বেয়া কৰে।

আমাৰ চকুৰ দৃষ্টি সদায় সৰল ৰেখাত গতি কৰে। কোনো বস্তুলৈ চাই
পঠালে চকুৰ পতাৰ দুই কাষৰ মাংসপেশীবোৰ সমানে লৰচৰ কৰে। বেকঁাকে চাই
{{gap}}আমাৰ চকুৰ দৃষ্টি সদায় সৰল ৰেখাত গতি কৰে। কোনো বস্তুলৈ চাই
পঠালে চকুৰ পতাৰ দুই কাষৰ মাংসপেশীবোৰ সমানে লৰচৰ কৰে। বেকাঁকৈ চাই
পঠালে পতাবোৰ ইফালে-সিফালে টনটন কৰে। এনে কৰাৰ ফলত চকুৰে প্ৰয়ো-
পঠালে পতাবোৰ ইফালে-সিফালে টনাটনি কৰে। এনে কৰাৰ ফলত চকুৱে প্ৰয়োজনতকৈ
জনতকৈ অধিক কষ্ট কৰিব লাগে।
অধিক কষ্ট কৰিব লাগে।
লিখাৰ সময়ত ৰাওঁখন হাতেৰুে চিলট বা বহীখন ধৰি থাকিব লাগে। তেতিয়া

হলে বীটো লৰচৰ কৰিব নোৱাৰে। বহী অগাপিচা কৰিবলৈ লিখা ঠাইডোখৰ
{{gap}}লিখাৰ সময়ত বাওঁখন হাতেৰে চিলট বা বহীখন ধৰি থাকিব লাগে। তেতিয়া
হলে বহীটো লৰচৰ কৰিব নোৱাৰে। বহী অগাপিচা কৰিবলৈ লিখা ঠাইডোখৰ
মুকলি হব লাগে। কুচি-মুচি কম ঠাইতে বহি লিখিব নালাগে। কিছুমানে বিছনাত
মুকলি হব লাগে। কুচি-মুচি কম ঠাইতে বহি লিখিব নালাগে। কিছুমানে বিছনাত
পেট পেলাই লিখে। তেনেকৈ লিখিলে হাতৰ টিপ ঠিক নাথাকে আৰু স্নায়ুৰ
পেট পেলাই লিখে। তেনেকৈ লিখিলে হাতৰ টিপ ঠিক নাথাকে আৰু স্নায়ুৰ
শক্তিও অনেক গুশে হ্ৰাস পায়। বহাৰ নিয়ম সদায় আৰামদায়ক হব লাগে। লিখাৰ
শক্তিও অনেক গুনে হ্ৰাস পায়। বহাৰ নিয়ম সদায় আৰামদায়ক হব লাগে। লিখাৰ
সময়ত কিছুমানে মুখেৰে গুণ গুণাই সুৰ তোলে। তেনেকৈ সুৰৰ মাজেৰে শব্দ
সময়ত কিছুমানে মুখেৰে গুণ গুণাই সুৰ তোলে। তেনেকৈ সুৰৰ মাজেৰে শব্দ
কৰি লিখিলে আখৰৰ লাইন : পোন নহৈ বে৷ ফলে গতি কৰে।
কৰি লিখিলে আখৰৰ লাইন পোন নহৈ বেঁকা ফলে গতি কৰে।

লিখা ঠাই খিনিত পৰ্যাপ্ত পৰিমাণে পোহৰ পৰিব লাগে। পোহৰ কম হলে
{{gap}}লিখা ঠাই খিনিত পৰ্য্যাপ্ত পৰিমাণে পোহৰ পৰিব লাগে। পোহৰ কম হলে
বাবে লিখা বা পঢ়াত মনোনিবেশ কৰিব নোৱাৰি পোহৰ বাওঁ
দীৰ্ঘ সময়ৰ বাবে লিখা বা পঢ়াত মনোনিবেশ কৰিব নোৱাৰি। পোহৰ বাওঁ
দীৰ্ঘ সময়ৰ