পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩০০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "{{rh|ভগৱান বুদ্ধ||২৬৪}} {{indent/s}}যশ—মহাৰাজ, যি কোনাে মানুহ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{rh|ভগৱান বুদ্ধ||২৬৪}}
{{rh|ভগৱান বুদ্ধ||২৬৪}}


{{indent/s}}যশ—মহাৰাজ, যি কোনাে মানুহৰে মূৰ কাটি আন মানুহৰ ওচৰলৈ নিলে তেওঁলােকে তাক এই দৰেই ঘিণ কৰিব।
{{indent/s}}যশ—মহাৰাজ, যি কোনো মানুহৰে মূৰ কাটি আন মানুহৰ ওচৰলৈ নিলে তেওঁলোকে তাক এই দৰেই ঘিণ কৰিব।


অশােক—তেওঁলােকে মােৰ মূৰটোকো তেনে দৰেই ঘিণ কৰিবনে ?
অশোক—তেওঁলোকে মোৰ মূৰটোকো তেনে দৰেই ঘিণ কৰিবনে?


এই প্রশ্নৰ উত্তৰ দিবলৈ যশৰ ভয় লাগিল। কিন্তু অশােকে তেওঁক অভয় দিয়াত তেওঁ কলে, ‘মহাৰাজ, আপােনাৰ মূৰটোকো মানুহে এনেদৰেই ঘিণ কৰিব।’
এই প্ৰশ্নৰ উত্তৰ দিবলৈ যশৰ ভয় লাগিল। কিন্তু অশোকে তেওঁক অভয় দিয়াত তেওঁ কলে, ‘মহাৰাজ, আপোনাৰ মূৰটোকো মানুহে এনেদৰেই ঘিণ কৰিব।’


অশােক—তেনেহলে এনে মূৰ যদি মই ভিক্ষু সকলৰ চৰণত ৰাখি তেওঁলােকৰ সন্মান কৰোঁ তেনে হলে তাক তুমি বেয়া বুলি ধৰাৰ কি আৱশ্যকতা আছে ?
অশোক—তেনেহলে এনে মূৰ যদি মই ভিক্ষু সকলৰ চৰণত ৰাখি তেওঁলোকৰ সন্মান কৰোঁ তেনে হলে তাক তুমি বেয়া বুলি ধৰাৰ কি আৱশ্যকতা আছে?


এই সম্বাদৰ পিচত কেইটামান শ্লোক আছে। তাৰে এটা হল :-
এই সম্বাদৰ পিচত কেইটামান শ্লোক আছে। তাৰে এটা হল:-
:::আৱাহকালেহথ ৱিৱাহকালে
:::আৱাহকালেহথ ৱিৱাহকালে
:::জাতেঃ পৰীক্ষা ন তু ধৰ্ম্মকালে।
:::জাতেঃ পৰীক্ষা ন তু ধৰ্ম্মকালে।
১৫ নং শাৰী: ১৫ নং শাৰী:
:::গুণাশ্চ জাতিং ন বিচাৰয়ন্তি॥{{indent/e}}
:::গুণাশ্চ জাতিং ন বিচাৰয়ন্তি॥{{indent/e}}


অর্থাৎ লৰা আৰু ছােৱালীৰ বিয়াত <ref>‘আৱাহ’ৰ অর্থ বিয়া কৰাই বােৱাৰী ঘৰলৈ অনা আৰু ‘ৱিৱাহ’ৰ অর্থ হল নিজৰ হােৱালীক বিয়া দি শহুৰী খাটিবলৈ পঠোৱা।</ref> জাতিৰ বিচাৰ কৰা উচিত। ধাৰ্ম্মিক বিষয়ত জাতিৰ বিচাৰ কৰাৰ কাৰণ নাই, কিয়নাে ধাৰ্ম্মিক বিষয়ত গুণলৈ লক্ষ্য কৰিব লাগে আৰু গুণতো জাতিৰ ওপৰত নিৰ্ভৰ নকৰে।’<br>
অৰ্থাৎ লৰা আৰু ছোৱালীৰ বিয়াত<ref>‘আৱাহ’ৰ অৰ্থ বিয়া কৰাই বোৱাৰী ঘৰলৈ অনা আৰু ‘ৱিৱাহ’ৰ অৰ্থ হল নিজৰ হোৱালীক বিয়া দি শহুৰী খাটিবলৈ পঠোৱা। </ref> জাতিৰ বিচাৰ কৰা উচিত। ধাৰ্ম্মিক বিষয়ত জাতিৰ বিচাৰ কৰাৰ কাৰণ নাই, কিয়নো ধাৰ্ম্মিক বিষয়ত গুণলৈ লক্ষ্য কৰিব লাগে আৰু গুণতো জাতিৰ ওপৰত নিৰ্ভৰ নকৰে। ’<br>


{{indent}}'''{{larger|}}জৈন সংঘই জাতি-ভেদ মানি লয়—'''আন আন সংঘবােৰৰ ভিতৰত মাথােন নিৰ্গ্ৰন্থ-সংঘ সম্বন্ধেহে আজিকালি অলপ অচৰপ জানিব পৰা যায়। ‘আচাৰাঙ্গ সূত্র’ৰ নিৰুক্তিৰ পৰা অনুমান হয় যে অশােকৰ সময়ৰ আগৰে পৰাই এই শ্ৰমণ সংঘই জাতি-ভেদক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল। জৈন সকলৰ ধাৰণা মতে এই নিৰুক্তিৰ ৰচোঁতা
{{indent}}'''{{larger|}}জৈন সংঘই জাতি-ভেদ মানি লয়—'''আন আন সংঘবোৰৰ ভিতৰত মাথোন নিৰ্গ্ৰন্থ-সংঘ সম্বন্ধেহে আজিকালি অলপ অচৰপ জানিব পৰা যায়। ‘আচাৰাঙ্গ সূত্ৰ’ৰ নিৰুক্তিৰ পৰা অনুমান হয় যে অশোকৰ সময়ৰ আগৰে পৰাই এই শ্ৰমণ সংঘই জাতি-ভেদক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল। জৈন সকলৰ ধাৰণা মতে এই নিৰুক্তিৰ ৰচোঁতা
{{Rule|}}
{{Rule|}}