পৃষ্ঠা:জীবস্তূতি.djvu/১২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ঈশ্বৰ মায়ায় হোৱয় বিমোহিত। সুমঙ্গল ৰহিত সাধু স..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||(৫)|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
ঈশ্বৰ মায়ায় হোৱয় বিমোহিত।
ঈশ্বৰ মায়ায় হোৱয় বিমোহিত।
সুমঙ্গল ৰহিত সাধু সেৱা বিৰহিত।
সুমঙ্গল ৰহিত সাধু সেৱা বিৰহিত॥
ঈশ্বৰক নানয় দুখে অহয়।
ঈশ্বৰক নজানয় দুখে আৰ্ত্তহয়।
পুত্ৰ ভাৰ্য্য বন্ধুগণ যতেক থাকয়।
পুত্ৰ ভাৰ্য্যা বন্ধুগণ যতেক থাকয়॥
আতে বহু দুখ কৰি হৃদয় অপাৰ।
আতে বহু দুখ কৰি হৃদয় অপাৰ।
আপোনাক সুখী বুলি মানে দুৰাচাৰ॥
আপোনাক সুখী বুলি মানে দুৰাচাৰ॥
কুটুম্ব পেযয় ধুখে যব অঙ্গ দহে।
কুটুম্ব পোযয় দুখে সৰ্ব্ব অঙ্গ দহে।
নিৰন্তৰে পাতক কৰিয়া মাত্ৰ ৰহে।
নিৰন্তৰে পাতক কৰিয়া মাত্ৰ ৰহে॥
বহস্য থানত নাৰী আলাপে মগন।
ৰহস্য থানত নাৰী আলাপে মগন।
শুনয় শিশুৰ আৰু মধুৰ বচন।
শুনয় শিশুৰ আৰু মধুৰ বচন।
সেহি আক্ৰমিয়া আনে সব ইন্দ্ৰিয়ক।
সেহি আক্ৰমিয়া আনে সব ইন্দ্ৰিয়ক।
পৰম অতীন্দ্ৰি হুয়া পাৱয় মোহক॥
পৰম অতীন্দ্ৰি হুয়া পাৱয় মোহক॥
দুখৰ কৰয় প্ৰতিকাৰ ক্ষণে ক্ষণে।
দুখৰ কৰয় প্ৰতিকাৰ ক্ষণে ক্ষণে।
আপোনাক পাছে সিটো মনে সুখী যেনে
আপোনাক পাছে সিটো মনে সুখী যেনে॥
চুৰি কৰি ডকা দিয়া তাৰ্থক আনয়।
চুৰি কৰি ডকা দিয়া অৰ্থক আনয়।
সেহি ধনে ভাৰ্য্যা পুত্ৰ কুটন্স পোয়।
সেহি ধনে ভাৰ্য্যা পুত্ৰ কুটম্ব পোযয়॥
যেবে সবে খাইলে পাছে ভোজন কৰয়।
যেবে সবে খাইলে পাছে ভোজন কৰয়।
নৰহিলে সেহিমতে লঘোনে থাকয়॥
নফিলে সেহমত থেকে পায়।
সেবে সবে ধন ছন্ন।
সেবে সবে ধন জন অৰ্থ হৈল ছন্ন।
নানা হিসা কৰি পুৰু কৰয় অৰ্জন।
নানা হিংসা কৰি পুনু কৰয় অৰ্জ্জন॥
</poem>}}