পৃষ্ঠা:জীবস্তূতি.djvu/১১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "হাত ভৰি আছাৰিয়া ধৰ ফৰ কৰে। দেখি সব এগণে অসন্তোষ ক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
হাত ভৰি আছাৰিয়া ধৰ ফৰ কৰে।
হাত ভৰি আছাৰিয়া ধৰ ফৰ কৰে।
দেখি সব এগণে অসন্তোষ কবে?
দেখি সব বন্ধুগণে অসন্তোষ কৰে॥
এহি মতে কুটুম্ব পোস্তে দিন ক্ষয়।
এহি মতে কুটুম্ব পোষন্তে দিন ক্ষয়।
5s জনম পায় কিবা কাৰ্য্য হয়।
দুৰ্লভ জনম পায় কিবা কাৰ্য্য হয়॥
নিজ যত বন্ধু সবে থাকস্তে আবৰি।
নিজ যত বন্ধু সবে থাকস্তে আবৰি।
কষ্টে তাহান আগতে যায় মৰি।
মহাকষ্টে তাহান আগতে যায় মৰি॥
সেহি বেল পায় আসি দুই যমদূত।
সেহি বেলা পায় আসি দুই যমদূত।
অতি মহ। ভয়ঙ্কৰ দেখিতে অদ্ভুত।
অতি মহা ভয়ঙ্কৰ দেখিতে অদ্ভুত॥
ক্ৰোপে দুই ক্ষুিক সঘনে পকাৰ :
ক্ৰোধে দুই চক্ষুক সঘনে পকাৱয়
তাহা দেখিয়া হৃদি কম্প ওপজয়।
তাহাঙ্ক দেখিয়া হৃদি কম্প ওপজয়॥
অতি মহাত্ৰাসে মল মুত্ৰক এৰয়!
অতি মহাত্ৰাসে মল মুত্ৰক এৰয়।
বলে ধৰি অশেষ যাতনা ভোগায়
বলে ধৰি অশেষ যাতনা ভোগাৱয়॥
পাছে তাৰ গলে ছাম জৰিক লগায়।।
পাছে তাৰ গলে ছাম জৰিক লগায়া।
অতি বেগে বিদুৰ পথে নেয় টানিয়া
অতি বেগে বিদুৰ পথে নেয় টানিয়া॥
যেন কাবে। ৰাজদূতগণে নেই ধৰি।
যেন কাকো ৰাজদূতগণে নেই ধৰি।
সেহি মতে নেয় তাক বলেৰে অজুৰ
সেহি মতে নেয় তাক বলেৰে আঁজুৰি॥
শুনা সভাসদ বিলম্ব ক নুযুয়াই।
শুনা সভাসদ বিলম্বক নুযুয়াই।
জান? এমিতে ছে সবাৰো বিলাই
জানা এহিমতে আছে সবাৰো বিলাই॥
পাযণ্ডৰ শব গোট আতি অপবিত্ৰ।
পায শুৰ শব গেট অতি অপবিত্ৰ।।
শুনিয়োক তাক কহে। কেনে বিপৰীত।
শুনিয়োক তাক কহোঁ কেনে বিপৰীত॥
</poem>}}