পৃষ্ঠা:জীবস্তূতি.djvu/৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কত ঠাই থোৰ আন্ধাৰ পাৱয় নেদেখয় চক্ষু মেলি। মপাৱ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
কত ঠাই থোৰ আন্ধাৰ পাৱয়
কত ঠাই ঘোৰ {{gap|4em}} আন্ধাৰ পাৱয়
নেদেখয় চক্ষু মেলি।
{{gap|4em}} নেদেখয় চক্ষু মেলি।
মপাৱে দেখিতে | জৰিত ধৰিয়া
নপাৱে দেখিতে {{gap|4em}} জৰিত ধৰিয়া
যমদূতে নেই ঠেলি।
{{gap|4em}} যমদূতে নেই ঠেলি॥
কতো বেলা কুশ | কণ্টক পাই
কতো বেলা কুশ {{gap|4em}} কণ্টক পাৱই
খোজেক যাইতে নাৰে।
{{gap|4em}} খোজেক যাইতে নাৰে।
চক্ষুক পকাই
ক্ৰোধ কৰি চাই
চক্ষুক পকাই {{gap|4em}} ক্ৰোধ কৰি চাই
চাবুকে কোবাই মাৰে।
{{gap|4em}} চাবুকে কোবাই মাৰে॥
তম্ভিবাক লাগি
তম্ভিবাক লাগি {{gap|4em}} স্থল নাহিকয়
{{gap|4em}} খাইবাক পানী নাই।
স্থল নাহিয়
মূৰ্চ্ছা হুয়া কতো {{gap|4em}} ঠায়ে ঠায়ে পৰি
খাইবাক পানী নাই।
{{gap|4em}} পুনুহো দুখে উঠয়॥
মুচ্ছ। হুয়া কতো ঠায়ে ঠায়ে পৰি
পৰম দুৰ্ঘোৰ {{gap|4em}} হাজাৰেক মন্দ
| পুনুকে। দুখে উঠয়।
{{gap|4em}} লক্ষ প্ৰহৰৰ বাত।
পৰম দুৰে।
পৃথিবীৰ পৰা {{gap|4em}} এতেক অন্তৰ
হাজাৰেক মন্দ
{{gap|4em}} যম নৃপতিৰ পাট॥
লক্ষ প্ৰহৰৰ বাত।
যম দূতগণে {{gap|4em}} ছয় দণ্ডে নেই
পৃথিবীৰ পৰা |
{{gap|4em}} এতেক দূৰক লাগি॥
এতে অন্তৰ
মহাপাপী হলে {{gap|4em}} চাৰি দণ্ডে নেই
যম নৃপতিৰ পট।
{{gap|4em}} দুখ পাই মন্দ ভাগী॥</poem>}}
যমদূতগণে
ছয় দণ্ডে নেই
এতেকৰক লাগি।
মহাপাপী হলে চাৰি দণ্ডে নেই
দুখ পাই মন্দ ভাগী