পৃষ্ঠা:জীবস্তূতি.djvu/৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "( ১১) সেহি ধনে ভাৰ্য্য। পুত্ৰক পুষিলে। | একো পুণ্য ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||(১১)|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
(
সেহি ধনে ভাৰ্য্যা {{gap|4em}} পুত্ৰক পুষিলো
১১)
{{gap|5em}} একো পুণ্য নাচৰিলো।
সেহি ধনে ভাৰ্য্য। পুত্ৰক পুষিলে।
বৈষ্ণবক দেখি {{gap|4em}} কটাক্ষে চাহিলো
| একো পুণ্য নাচৰিলো।
{{gap|5em}} ভাল মুখে নমাতিলো॥
বৈষ্ণবক দেখি কটাক্ষে চাহিলে।
সিহেন শৰীৰে {{gap|4em}} হৰি নভজিলো
ভাল মুখে নমাতিলো।
{{gap|5em}} কিনো মই পাপী ঘোৰ।
সিহেন শৰীৰে | হৰি নভজিলে।
আৰু পুনৰপি {{gap|4em}} মনুষ্য হৈবাৰ
| কিনো মই পাপী ঘোৰ।
{{gap|5em}} মায়া দূৰ হৈলা মোৰ॥
আৰু পুনৰপি | মনুষ্য হৈবাৰ
যাহাক পুষিলোঁ {{gap|4em}} তহিতে এৰিলো
মায়া দূৰ হৈল মোৰ।
{{gap|5em}} আইলো একেশ্বৰে পৰি।
যাহাক পুষিলো | তহিতে এৰিলে।
যমদূতে মোক {{gap|4em}} দুখ দিয়া নেই
আইলো একেশৰে পৰি।
{{gap|5em}} গলত লগায়া জৰি॥
যমদূতে মোক
ক্ষুধা তৃষ্ণা এৰি {{gap|4em}} এহি মতে কান্দি
দুখ দিয়া নেই
{{gap|5em}} যায় বিমোহিত হুই।
গলত লগায়। জৰি।
উপৰে আদিত্য {{gap|4em}} বতাস বহয়
ক্ষুধা তৃষ্ণা এৰি | এহি মতে কান্দি
{{gap|5em}} দুই পাশে বন জুই॥
| যায় বিমোহিত হুই।
তলে তপ্ত বালি {{gap|4em}} চৰণ পোৰই
উপৰে আদিত্য। | বতাস বহয়
{{gap|5em}} পিঠিত চাবুক মাৰে।
দুই পাশে বন জুই।
জৰিত ধৰিয়া {{gap|4em}} আজুৰি লই যায়
তলে তপ্ত বালি। | চৰণ পোৰই
{{gap|5em}} চলিতে দুখে নপাৰে॥
পিঠিত চাবুক মাৰে।
</poem>}}
জৰিত ধৰিয়া। | আজুৰি লই যায়
চলিতে দুখে নপাৰে