পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৫৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সৰাপাত সৰাপাতৰ ভাঁজত হেৰাই যায় নখে মাটি লেখা অন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:১৪, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৰাপাত সৰাপাতৰ ভাঁজত হেৰাই যায় নখে মাটি লেখা অনিৰুদ্ধৰ চিত্ৰ চিত্ৰলেখাইহে চিনি পাই সৰাপাতৰ ভাঁজ নিমিষতে আঁৰি দিয়ে ঊশাৰ চকুৰ পতাত - স্বপ্নাতুৰ আলোকময় প্ৰেমিকৰ ছবি সৰাপাতনো কি এটা বুৰ যোৱা সপোনৰ ভগ্নাংশ চিঙি যোৱা এডাল এনাজৰীৰ টুকুৰা-টুকুৰ বিশ্বাস-প্ৰেম আমি যোৰা দি দি যি সাঁকো গঢ়ো খহি পৰে সাঁকো এদিন সৰাপাতৰ দৰেই সকলোৰে এক নিৰুদ্বিগ্ন যাত্ৰা......... সেউজীয়াৰ দৰে / ৪২