পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৪৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "Gay ভাল পোৱা নৈখন দেশ-কাল জুৰি বৈ বৈ সোঁৱৰণিৰ পাত খি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:১২, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Gay ভাল পোৱা নৈখন দেশ-কাল জুৰি বৈ বৈ সোঁৱৰণিৰ পাত খিলা বুকুত সাৱটি কৰবাত হেৰাই যায় আৰু এখন নৈ গজি উঠে আঁহফলা বুকুৰ পানী গছাত সন্তৰ্পনে টুকি আনো নৈখনৰ না পূৰ্বপুৰুষৰ আত্মজ ঠিকনাৰ লানি নিচিগা টৌ বিচাৰি ফুৰিছোঁ চিনাকি সুঁতিটো ক'ত আছিল - ক’ত আছিল ভাল পোৱাৰ প্ৰাচীন মুদ্ৰাবোৰ...••••••••••• সেউজীয়াৰ দৰে / ৪০