পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৪৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "চৰাই শুকান পাত এটি হৈ পৰি থাকিম ওপৰেৰে ফাগুনৰ প্ৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:১১, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰাই শুকান পাত এটি হৈ পৰি থাকিম ওপৰেৰে ফাগুনৰ প্ৰগাঢ়তা আৰু তোমৰ চঞ্চলতা হেৰাই যোৱা দিনবোৰৰ সোঁৱৰণিত ফুলেৰে সজাবা মোৰ বাটৰুৱা পদূলি অ' মোৰ চিকুণ চৰাইটি মাজৰাতিৰ তোমাৰ প্ৰেমৰ গানত ফুল কোঁৱৰ হৈ উৰি যাম-উৰি গৈ গৈ ন সাজ পিন্ধাম তোমাৰ চুবুৰিৰ অৰুন্ধতী ফুল কুঁৱৰীক.... সেউজীয়াৰ দৰে / ৩৯