পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৪৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দুখৰ বিনিময়ত সুখ দি যাওঁ গােটেই ৰাতি ভােজৰ পটুৱ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:১১, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দুখৰ বিনিময়ত সুখ দি যাওঁ গােটেই ৰাতি ভােজৰ পটুৱা বােৰ কান্ধত তুলি নি নদর্মত পেলালাে গােটেই ৰাতি গােটেই দিন পিয়াহৰ পানী বিলালাে তােমালােকৰ বাটটো ৰং-অভিমানৰ দৌল মােৰ পিঠিৰ ওপৰেৰে পাৰ কৰিলোঁ নিমখ-দাইল, লাগেজ-ছােফাছেট কি নকৰাে তােমালােকৰ সুখৰ বাবে কি দিয়া মােক তাৰ বিনিময়ত দুখৰ বাহিৰে সেউজীয়াৰ দৰে / ৩৮