পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৪৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বান্ধৱ বহু শতিকা জুৰি আহি আহি যেন তেওঁ মোৰ পদূলি ম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:০৯, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বান্ধৱ বহু শতিকা জুৰি আহি আহি যেন তেওঁ মোৰ পদূলি মুখত তেওঁৰ হাতত ভগ্ন ফুলদানি চিটিকি পৰা ফুলৰ তেজ মৃত্যুৰ কিৰিলিৰে ভৰা এখন দস্তাবেজ ভয় আৰু শংকাৰ নিঠৰ দিনলিপি কাণ উনাই দূৰণিলৈ আৰু দূৰণিলৈ প্ৰসাৰিত কৰিছিলো মোক জানোচা তেওঁৰ পদধূলাৰ কৃপাঞ্জলিয়ে পাৰ কৰায় এই ভৱ সাগৰ গোপনে-সংগোপনে আহি তেওঁ মোৰ পদূলি মুখত যেন বহু শতিকাৰ শেষত এমুঠি তেজাল প্ৰতিশ্ৰুতি সেউজীয়াৰ দৰে / ৩৬