পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৪২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বিলাপ নৈ খনৰ বিলাপত শুব পৰা নাই ৰাতি ৰাতি উজাই নে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:০৮, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিলাপ নৈ খনৰ বিলাপত শুব পৰা নাই ৰাতি ৰাতি উজাই নে ভটিয়াই কঁকালৰ বান্ধ বান্ধ সুলকি যেন ৰক্তক্ষৰণ লেবেজান শোকাকুল উপত্যকা ক’তোৱেই নাই গৰখীয়া-মাছমৰীয়া সুহৃদ বান্ধৱ বৈকুণ্ঠগামী নৈ খনৰ বিলাপত শুব পৰা নাই ৰাতি ৰাতি সেউজীয়াৰ দৰে / ৩৫