পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৭৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অনৰ্থ ভাল নলগা হৈ পৰে কেতিয়াবা সুখ-দুখ যুঁজি খুঁ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:০৮, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অনৰ্থ ভাল নলগা হৈ পৰে কেতিয়াবা সুখ-দুখ যুঁজি খুঁজি ভাগৰি পৰে জীৱন চিঞৰি চিঞৰি মাতিবলৈ মন যায় অথচ চিঞৰো নাথাকে বুকুত ভগাই দিয়া হৃদয়খন কেতিয়াবা নিজলৈকে নাথাকে , সৰি থকা চকুলোবোৰ কেতিয়াবা জোকাৰিলেও নসৰে শূন্যতাই ঘেৰি থাকে মাথা আকালৰ ঘৰ সেউজীয়াৰ দৰে / ৬২