পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৭৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "জোৰোণ উৰুলিৰ তলেৰে পাৰ হ’লো আয়তীয়ে চটিওৱা সুৰৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:০৭, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জোৰোণ উৰুলিৰ তলেৰে পাৰ হ’লো আয়তীয়ে চটিওৱা সুৰৰ লেছেৰী গাঁথাত আবেগৰ এক অচিন টৌ ঢৌৰ সিপাৰে সাগৰ, ন-জীৱনৰ সাঁথৰ কৃষ্ণ গোঁসাই আহিছে ৰুক্মিণীৰ লাজত ৰাধা চূড়া ফুলিছে গুণ-গুণণি, হৃদয়ৰ কথা বতৰা গোপন প্ৰেম বোৰ আজি বা-মাৰলী হৈ উঠিছে উৰুলিৰ তলেৰে পাৰ হ’ললা দীঘল সাঁকো এখনত উঠি হৰি ধ্বনি এটা জুৰিলোঁ সেউজীয়াৰ দৰে / ৬১ .