পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৫৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কলাজ ঈশ্বৰ ধুনীয়া বাবেই সােমাই থাকে ভিতৰত আগলতি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:০৭, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কলাজ ঈশ্বৰ ধুনীয়া বাবেই সােমাই থাকে ভিতৰত আগলতি পাতৰ নিয়ৰত প্ৰেমৰ মুদ্ৰা এটা দি পুণৰ ভিতৰলে সােমাই যায় ঈশ্বৰ লাজকুৰীয়া বাবেই নিৰাকাৰ.... ঈশ্বৰৰ কোনাে ঠিকনা নাই সেইবাবেই ঈশ্বৰে বাস কৰে প্রত্যেকৰে। হৃদয়ত ঈশ্বৰ ধুনীয়া বাবেই সােমাই থাকে সকলােৰে হৃদয়ত সেউজীয়াৰ দৰে / ৪৪