পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৫৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কিতাপ কিতাপে শুব নোৱাৰে ৰাতি ৰাতি সপোন ঘুমটি..............." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:০৬, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কিতাপ কিতাপে শুব নোৱাৰে ৰাতি ৰাতি সপোন ঘুমটি............ কবিৰ প্ৰেমৰ সুগন্ধি নৈত নামি কিতাপ কুঁৱৰী হয় আকাশৰ সাজ পিন্ধি উকিয়াই-উকিয়াই কেতেকীৰ মাতে মাতে বনগীত এটাৰে গৰখীয়া হৈ গধূলি গোপাল চিঙে কিতাপে শুব নোৱাৰে চুব নাপায় চাউল পানী-জুই বৰ্ণমালাৰ পথাৰ এখনহৈ কিতাপে জন্ম দিয়ে নতুন এটা প্ৰজন্মৰ সেউজীয়াৰ দৰে/ ৪৭