পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৬৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "গা-ধন এইবেলি সি হাল মেলা কথা দুবিঘা শালি এবিঘা আহু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:০৪, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গা-ধন এইবেলি সি হাল মেলা কথা দুবিঘা শালি এবিঘা আহু পোনাৰ মাকৰ গাত হেনো নতুন লেঠা আঘোনতে গা পাতলিলে সি সজা কথা বাঁহনি জোপাৰ সমান মেজি মাঘৰ দিনত সি নিজৰ এহালি কিনিব অহাবেলি তাৰ ডাঙৰ পোনাই হেনো ন-কৈ নাঙল পোনাব শিকিব এইবোৰ ৰামধন কাইৰ কথা তাক দুপইচাৰে হাত উজান দিওঁ-গজি উঠা তাৰ পোনা দুটিৰ পাখিত তেল-পানী ছটিয়াওঁ চৰাই ধুনীয়া পোনা দুটি হেনো তাৰ গা-ধন ফুলমনিয়ে পলাই আহোতে ল’গতে আনিছিল বাপতি-সাহোন সেউজীয়াৰ দৰে / ৫১