পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৭২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ভনী আতৰলৈ নাযাবি ভনী বিমঙ্গলৰ চিন আকাশৰ চিলনীৰ ত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:০৩, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভনী আতৰলৈ নাযাবি ভনী বিমঙ্গলৰ চিন আকাশৰ চিলনীৰ তোলৈকেহে তৰা ঘুমটি যাবি ৰাতি পৰে পৰে - কাণ উনাই ভাওনাৰ বচন শুন সীতাৰ সৌন্দৰ্যত শাওপাত লাগিল মুঠি মুঠি জোনাক তোৰ চুটিকৈ নিচিলাবি কাপোৰ ভাল খা ভাল শুন গোঁসাই ঘৰৰ চাকিটোৰ দৰে জিলিকি থাক তই ভনী সেউজীয়াৰ দৰে | ৫৭